--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান  বিবিচিয়ে নিজৰ এজন ঘোষকক নিলম্বন কৰিছে। কেইবাবছৰ ধৰি লাখ লাখ টকা খৰচ কৰি নাবালিকাৰ পৰা নগ্ন ফটো ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্ৰিটেইনৰ ‘দ্য ছান’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে  এগৰাকী কিশোৰীৰ মাতৃয়ে বিবিচিৰ এংকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল৷
तस्वीर 'द सन' समाचार पत्र की है। 9 जुलाई को भी न्यूजपेपर ने BBC एंकर पर लगे आरोपों को फ्रंट पेज पर छापा है।
কিশোৰীগৰাকীৰ মাতৃয়ে দাবী কৰিছিল যে এংকৰজনে ৩ বছৰত ৩৫ হাজাৰ পাউণ্ড অৰ্থাৎ ৩৭ লাখ টকা কন্যাক দিছিল আৰু বিনিময়ত তাইৰ  নগ্ন ছবি ক্ৰয় কৰিছিল। ১৭ বছৰ বয়সলৈকে এংকৰজনে ছোৱালীগৰাকীক ধন দিছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছোৱালীগৰাকীৰ বৰ্তমানৰ বয়স ২০ বছৰ।


উল্লেখ্য যে, বিষয়টো পোহৰলৈ অহাৰ পাছত বিবিচিয়ে এংকৰ গৰাকীৰ ওপৰত সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগৰ সন্মুখীন হৈছে। মে’ মাহত সাংবাদিকজনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে নগ্ন ফটোগ্ৰাফীৰ অভিযোগ উত্থাপন হৈছিল।

একে সময়তে বিবিচিয়ে কৈছে যে বিষয়টোৰ তদন্ত কৰি, প্ৰমাণ আৰু তথ্য পৰীক্ষা কৰিহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগৰ সন্দৰ্ভত বিবিচিৰ সাংস্কৃতিক সম্পাদক কেটি ৰাছেলে কয় যে পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত সঠিক সঁহাৰি নিদিয়াৰ বাবেহে তদন্ত কৰাত পলম হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস