--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই নাৰীৰ বিষয়ে নানা কথা কৈ গৈছে।  চাণক্যই নাৰীৰ আহাৰ-বিহাৰৰ বিষয়ে এই শ্লোকত উল্লেখ কৰি গৈছে। দৰাচলতে বাৎসায়নৰ কামসূত্ৰৰ ৰচক আছিল চাণক্য। চাণক্যই বাৎসায়ন ছদ্ম নামেৰে কামসূত্ৰ ৰচনা কৰিছিল। 

সেইবাবেই নাৰীৰ চৰিত্ৰ ভালদৰেই বুজি পাইছিল চাণক্যই। চাণক্যৰ মতে নাৰীৰ আহাৰ পুৰুষৰ আহাৰৰ দুগুণ, বুদ্ধি পুৰুষৰ তুলনাত চাৰিগুণ, সাহস ছয়গুণ আৰু কামনা-বাসনা আঠ গুণ হয়।চাণক্যৰ মতে পুৰুষৰ তুলনাত নাৰীয়ে দুগুণ আহাৰ গ্ৰহণ কৰে। 

পুৰুষে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত খৰখেদা কৰে, ফলত আহাৰৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰে। নাৰীয়ে লাহে লাহে প্ৰতিটো বস্তুৰ সোৱাদ লৈ আহাৰ গ্ৰহণ কৰে। সেইবাবে পুৰুষৰ তুলনাত নাৰীৰ আহাৰ গ্রহণ দুগুণৰ সমপৰ্যায়ৰ হয়। 

একেদৰে বুদ্ধিত পুৰুষৰ তুলনাত নাৰী চাৰিগুণ বেছি উন্নত। পুৰুষে যিকোনো কথাৰ সিদ্ধান্ত হঠাতে লৈ পেলায় যদিও নাৰীয়ে বহু ভাবি-চিন্তিহে কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে। পুৰুষতকৈ নাৰীৰ কামনা আঠগুণ বেছি বুলি চাণক্যই কৈ গৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ