--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিভিন্ন ধৰণৰ ফুল ঘৰুৱা বাগিচা অবিচ্ছদ্য অংগ যদিও নাৰ্জী ফুলৰ সমাদৰ অনন্য ৰূপত দেখিবলৈ পোৱা যায়। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানতো নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। এই ফুল দেখিবলৈ শুৱনি হোৱাৰ উপৰি আছে যথেষ্ট ঔষধি গুণেৰে সমৃদ্ধ। এই ফুল সাধাৰণতে শীতকালত কৰা হয় বৰ্তমান যদিও বছৰৰ ১২ মাহেই ইয়াৰ চাহিদা দেখা যায় বজাৰসমূহত। ফুলে কেৱল সৌন্দৰ্যবৰ্ধনেই নহয় স্বনিৰ্ভৰশীল হোৱাটো যথেষ্ট সহায় কৰে। ঝাৰখণ্ডৰ বোকাৰোৰ কাচমাৰ খণ্ডৰ মুৰুলচুদি পঞ্চায়তৰ চৌৰা গাঁৱৰ কাহিনী এয়া। লিলু দেৱী মহিলা কৃষকগৰাকী নাৰ্জী ফুলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইমাহমানৰ ভিতৰতে  নাৰ্জী ফুলৰ খেতিয়ে সলনি কৰি পেলাইছিল তেওঁৰ জীৱন। লিলু দেৱীয়ে কয় যে ‘ৰাজ্য চৰকাৰৰ সহায়ত মই নাৰ্জী ফুলৰ খেতিৰ প্ৰশিক্ষণ লাভ কৰিছিলো।’ পশ্চিমবংগৰ চৰকাৰৰ সহযোগত  পোৱা হাইব্ৰিড প্ৰজাতিৰ ৫০০০ নাৰ্জী ফুল ৰোপণ কৰাছিলো। এই কামত তেওঁৰ পুত্ৰ লাগুন, কিস্কু আৰু পৰিয়ালৰ আন সদস্যসকলেও তেওঁক সহায় কৰিছিল। আমি এতিয়া ভাল উপাৰ্জন লাভ কৰিছো। প্ৰায় সম্পূৰ্ণ চাৰি মাহতে ১ লাখ টকাত অধিক লাভ কৰিবলৈ সক্ষম হৈছো।’ লিলু দেৱীয়ে জানিবলৈ দিয়া মতে, কাচমাৰ খণ্ডৰ অন্যান্য কৃষকসকলৰ সৈতে যোৱা দুবছৰ ধৰি পৰম্পৰাগত খেতি কৰা ধান আৰু বিলাহী শস্য উৎপাদন ভাল নোহোৱাত তেওঁ কিছু হতাশ হৈছিল। বহু কৃষকে নতুন শস্য ৰোপণৰো চিন্তা কৰিছিল। এনে  সময়তে পশ্চিমবংগ চৰকাৰে মহিলাসকলক কৃষি শস্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন আঁচনিৰ লগতে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছিল। লিলুৱেও ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল আৰু পৰিয়ালৰ সকলো সদস্যই সন্মত হৈছিল। ইয়াৰ পিছত তেওঁ চৰকাৰৰ পৰা ঋণ লাভ কৰে আৰু নাৰ্জী ফুলৰ খেতি আৰম্ভ কৰে। ইয়াৰ লগতে পথাৰত সৰিয়হ আৰু ৰহৰ মাহৰ মিশ্ৰিত খেতিও কৰিছিল আৰু সফল হৈছিল। ব্যৱসায়ীসকলে ফুল ক্ৰয় কৰে আৰু নাৰ্জী ফুলৰ খেতিৰ পৰা হোৱা লাভজনক উপাৰ্জনত কৃষকসকল অতি সুখী। এই ফুল বোকাৰোৰ ৰামগড়/বোকাৰোত উপৰি ৰাজ্য বিভিন্ন বজাৰলৈ তেওঁলোকৰ ফুল কৰে। এই শস্য খেতিৰ ভাল লাভ হয়। মাত্ৰ ডেৰৰ পৰা দুই টকাৰ উদ্ভিদেৰে তৈয়াৰ কৰা মালা বজাৰত সহজে ১০ৰ পৰা ১২ টকা বিক্ৰী হয়। উৎসৱৰ পৰিৱেশত এডাল মালা ২০ৰ পৰা ২৫ টকাত বিক্ৰী কৰা হয়। এনেদৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত কৃষকসকলে পৰম্পৰাগত কৃষিৰ লগতে ফুল খেতিয়ে তেওঁলোকৰ জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন