--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিঙৰ ৩৭ সংখ্যাক জন্মদিন নিচেই ওচৰত। তেওঁ তেওঁৰ পত্নী দীপিকা পাডুকনৰ সৈতে ৬ জুলাইত এই অনুষ্ঠান উদযাপন কৰিব। কিন্তু বৰ্তমান সময়ত তেওঁ ক'ত আছে তাক লৈ জল্পনা-কল্পনা চলি আছে। ৰণবীৰে ব্যক্তিগত ছুটী কটোৱাৰ বাবে হাৱাই দ্বীপপুঞ্জলৈ গতি কৰিছে। 

কিন্তু দীপিকা এতিয়া ক'ত আছে? এইটো জনা যায় যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান চলচ্চিত্ৰ কামত ব্যস্ত আছে। কাম শেষ হোৱাৰ পাছত দীপিকাই ৰণবীৰক লগ কৰিব। ইফালে ৰণবীৰে দীপিকাৰ বাবে যেন অপেক্ষা কৰিব নোৱাৰা হৈছে, তেওঁ বিচাৰে যে দীপিকা সোনকালেই তেওঁৰ ওচৰলৈ ঘূৰি আঁহক।

কিন্তু ৰণবীৰে আমেৰিকালৈ যোৱাৰ আগতে ইংলেণ্ডত অৱতৰণ কৰিছিল। তেওঁ লণ্ডনত আলিয়া ভট্টৰ সৈতে এটা দিন অতিবাহিত কৰিছিল আৰু পুনৰ উৰা মাৰিছিল। হয়তো আলিয়াক শুভেচ্ছা জনোৱাৰ উদ্দেশ্য ৰণবীৰে সেইয়া কৰিলে। ৰণবীৰ সিং আৰু আলিয়াক লণ্ডনত তোলা এখন ফটো কৰণ জোহৰে পোষ্ট কৰিছে। তেওঁৰ পৰিচালিত 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' সোনকালেই মুক্তি পাবলৈ সাজু হৈছে। য'ত আলিয়াক ৰণবীৰৰ বিপৰীতে দেখা যাব। তাৰ আগতে, অভিনেতা আৰু অভিনেত্ৰীগৰাকীয়ে এটা  সৰু পাৰ্টী উদযাপন কৰিছিল। তাৰ পিছত ৰণবীৰ হাৱাইলৈ উৰা মাৰিছে।

এইবাৰ ৰণবীৰৰ অপেক্ষা কেৱল তেওঁৰ পত্নীৰ বাবে। তেওঁৰ এতিয়া বহুত কাম বাকী আছে। নিজৰ জন্মদিনত দীপিকাৰ সৈতে একান্ত ঘনিষ্ঠ মূহুৰ্ত কটাব বিছাৰে ৰণবীৰে। উল্লেখ্য যে দীপিকাক পৰৱৰ্তী সময়ত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে 'পাঠান'ত দেখা যাব। তাৰ পিছত হৃত্বিক ৰোশনৰ সৈতে 'ফাইটাৰ'ত দেকা যাব!



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ