--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৱবৰ্ষত ভাৰতীয় জনসাধাৰণে পাব এক ভাল খবৰ। দাম কমিব খোৱা তেলৰ। কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে টুইট কৰি জনালে এই ভাল খবৰ। এই খবৰ পোৱাৰ পাছতে সাধাৰণ জনতাই পেলাইছে স্বস্তিৰ নিশ্বাস। খোৱা তেল প্ৰস্তুতকৰ্তা বৃহৎ কোম্পানী আদানি উইলমাৰ আৰু ৰুছি চয়াই খোৱা তেলৰ সৰ্বাধিক বজাৰ মূল্য ১০-১৫ শতাংশ হ্ৰাস কৰিব বুলি ঘোষণা কৰে।

বৃহৎ কোম্পানী দুটাৰ এই ঘোষণাই খোৱা তেলৰ বজাৰ মূল্য কিছু হ’লেও হ্ৰাস কৰিব যাৰ ফলত দাম কমিব খোৱা তেলৰ। আদানি উইলমাৰে সকলো ফৰছুন ব্ৰেণ্ডত, ৰুচি চয়াই মহাকোষ, ছানৰাইজ, ৰুচি গোল্ড আৰু নিউট্ৰেলা ব্ৰ্যাণ্ডত, ইমামিয়ে হেল্ডি আৰু টেষ্টি ব্ৰেণ্ডত, বাংগে দালদা, গগন, চাম্বাল ব্ৰেণ্ড আৰু জেমিনীয়ে ফ্ৰিডম চানফ্লাৱাৰ ব্ৰেণ্ডত খোৱা তেলৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে গকুল, কোফকো আদি ব্ৰেণ্ডয়েও খোৱা তেলৰ মূল্য নতুন বছৰৰ পৰা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। খোৱা তেল প্ৰস্তুত কৰা কোম্পানীয়ে তেওঁলোকৰ খোৱা তেলৰ মূল্য হ্ৰাস কৰিব বুলি ঘোষণা কৰা সিদ্ধান্তই গ্ৰাহকসকলক উৎসাহিত কৰিছে।

আৰু পঢ়কঃ বিয়া পাতিম বুলি ভাবিলেই নহ’ব, আগতে ল’ব লাগিব চৰকাৰৰ অনুমতি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি