--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প’ৰ্ণষ্টাৰসকলৰ জনপ্ৰিয়তা অসীম। তেওঁলোকৰ নাম নুশুনা আৰু ছৱি উপভোগ নকৰা লোক বৰ্তমান খুৱ কমহে আছে। এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

ইয়াৰ ব্যতিক্ৰম নহয় ৰাম গোপাল বাৰ্মাও। বলিউডৰ এগৰাকী আগশাৰীৰ পৰিচালক হ’লেও তেওঁ পৰ্ণষ্টাৰ মিয়া মালক’ভাৰ অনুৰাগী। এই মিয়া মালক’ভাকে বাৰ্মাই শেহতীয়াকৈ এটা বিশেষ টুইট কৰিছে।

টুইটাৰত ১৬ মাৰ্চত পৰ্ণষ্টাৰগৰাকীয়ে এটা লিংক শ্বেয়াৰ কৰিছিল। অনলীফেনছ (OnlyFans) নামৰ সামাজিক মাধ্যমটোত মিয়াই শেহতীয়াকৈ কেইবাখনো আবেদনময়ী ফটো প’ষ্ট কৰিছে। সেই ফটোকেইখনৰে লিংক শ্বেয়াৰ কৰিছিল মিয়াই।



কিন্তু মিয়াৰ অনুৰাগী ৰামগোপাল বাৰ্মা তাতো সন্তুষ্ট নহ’ল। মিয়াৰ টুইটটো ৰিটুইট কৰি তেওঁ পৰ্ণষ্টাৰগৰাকীক ফটোকেইখন তেওঁৰ হোৱাটচাপ নাম্বাৰত পঠাবলৈ কয়।

ৰামগোপাল বাৰ্মাই লিখে- ''মিয়া, মই তোমাৰ নাম্বাৰ হেৰুৱালো। অনুগ্ৰহ কৰি এই ফটোকেইখন হোৱাটচআপ নাম্বাৰত দি দিয়া।’’

পৰিচালকগৰাকীৰ এই টুইটটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অনেকে ব্যংগ মন্তব্য কৰিছে।  ইয়াৰ পূৰ্বেও বহুবাৰ ৰাম গোপাল বাৰ্মাই সামাজিক মাধ্যমত আপত্তিজনক ফটো শ্বেয়াৰ কৰি চৰ্চাত আছিল।

উল্লেখ্য যে মিয়াৰ স’তে ইতিমধ্যে ৰামগোপাল বাৰ্মাই ছৱিৰ কামো কৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে 'গড চেক্স এণ্ড ট্ৰুথ’ আৰু 'ক্লাইমেক্স’। সম্পূৰ্ণ নগ্ন অৱস্থাৰে মিয়াই ৰামগোপালৰ স’তে কৰা শ্বুটিঙৰ ফটোসমূহে চৰ্চাও লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ