--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ ঝানা ছামছ’নোভাই দীৰ্ঘদিন ধৰি কেঁচা শাক-পাচলি আৰু ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল। দিনৰ পিছত দিন নিৰামিষ খাদ্য গ্ৰহণ কৰি অৱশেষত ক্লান্তি আৰু পুষ্টিহীনতাৰ বাবে তেওঁৰ মৃত্যু হয়।

ৰাছিয়াত জন্ম হোৱা ঝানাই দক্ষিণ-পূব এছিয়াত কৰ্মসূত্ৰে আছিল। যোৱা পাঁচ বছৰ ধৰি তেওঁ ফলমূল, ফলৰ ৰস, অংকুৰিত সূৰ্য্যমুখীৰ গুটি খাই আহিছিল। কোনো ৰন্ধা খাদ্য খোৱা নাছিল। বন্ধু-বান্ধৱীৰ মতে যোৱা কেইমাহমানৰ পৰা তেওঁ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অলপ কঠোৰ হ’বলৈ আৰম্ভ কৰিছিল।
 
ঝানাই মাতৃয়ে জনোৱা মতে, নিৰামিষ খাদ্যৰ বাবে ঝানাৰ শৰীৰ কলেৰাত আক্ৰান্ত হয়, আৰু তাৰ ফলত তেওঁৰ মৃত্যু হয়। ঝানাই ১২ বছৰ ধৰি নিৰামিষ খাদ্য গ্ৰহণ কৰিছিল, প্ৰথমতে খাদ্যৰ পৰা কেৱল মাছ, মাংস, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বাদ দিছিল। কিন্তু কেইবছৰমানৰ পৰা ৰন্ধা খাদ্য খোৱাও বন্ধ কৰি দিলে, আনকি ফলৰ মাজতো তেওঁ সকলো ফল খোৱা বাদ দিলে। তেওঁৰ ইনষ্টাগ্ৰাম খুলিলে দেখা যায় যে তেওঁ আগতে সকলো ধৰণৰ ৰঙীন শাক-পাচলি কেঁচাকৈ খাইছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ