--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক কংগনা ৰানাৱতৰ ছাঁয়া সংগীৰ দৰে। চেন্নাইত আৰ মাধৱনৰ পৰিচালনাত নিৰ্মিত এখন চাইক’লজিকেল থ্ৰিলাৰৰ শ্বুটিঙত ব্যস্ত কংগনা। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে শ্বুটিং চেটৰ কিছু ছবি পোষ্ট কৰিছিল। আৰু সেই ছবিবোৰক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ হৈছে।

কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিছু সাগৰীয় খাদ্যৰ ছবি শ্বেয়াৰ কৰে। স্কুইড তৰকাৰী, চিংৰা মছলা, ভজা মাছ – সকলো প্ৰলোভনমূলক সাগৰীয় খাদ্যৰ ছবিৰে কংগনাই লিখিছিল, “মোৰ প্ৰযোজক ছাৰে এই স্কুইড তৰকাৰীটো ইমান ভালকৈ বনাইছে।’’

তেতিয়াৰ পৰাই যেন জুইত ঘিউ যোগ কৰা হৈছে। বহুতে কংগনা নিৰামিষভোজী বুলি দাবী কৰি আহিছে। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজৰ মুখতে সেই কথা কৈছিল। নিজে নিৰামিষভোজী হোৱাৰ পিছতো নিৰামিষ খাদ্যৰ ছবি পোষ্ট কৰাটো অভিনেত্ৰীগৰাকীৰ ‘ভণ্ডামি’ বুলি অভিহিত কৰে।

অৱশ্যে অভিনেত্ৰীগৰাকীৰ হৈ বিতৰ্কৰ বিৰুদ্ধে যুঁজিবলৈ বহু লোকে খেলপথাৰত প্ৰৱেশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে, “কংগনাই কেতিয়াও নিৰামিষভোজী বুলি কোৱা নাছিল। বৰঞ্চ তেওঁ নিৰামিষ খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখে বুলি টুইট কৰিছিল।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক