--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেংগালুৰুক ‘আই টি হাব’ বুলি কোৱা হয় কিন্তু ইয়াৰ সকলো লোক প্ৰযোজ্য বিদ্যাৰ পেছাদাৰী নহয়, অটো চালক আৰু বাছ কণ্ডাক্টৰসকলো ইয়াৰ যথেষ্ট আধুনিক। শেহতীয়াকৈ অটো চালকৰ ঘড়ীত QR ক’ড দেখি যাত্ৰীসকল স্তম্ভিত হৈ পৰে, আনহাতে এতিয়া অটো ড্ৰাইভাৰৰ আচৰিত কৌশলৰ বাবে বেংগালুৰু ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।

এনে ধেমেলীয়া ঘটনা বেংগালুৰুত প্ৰায়ে দেখা যায় ৷ এইবোৰক ছ’চিয়েল মিডিয়াত ‘পিক বেংগালুৰু মমেণ্ট’ বুলি কোৱা হয়। এতিয়া শেহতীয়া ভাইৰেল ফটোখনত এজন অটো চালকে নিজৰ আৰাম আৰু স্বাস্থ্যৰ কথা চিন্তি নিজৰ আসনখন উন্নীত কৰিছে। চালকৰ আসনখন আঁতৰাই তাৰ ঠাইত তেওঁ অফিচৰ চকী এখন লগাই দিয়ে।




ভাইৰেল হোৱা ছবিখনত আপুনি দেখিব যে এজন অটো চালকজনে নিজৰ স্বাস্থ্যক গুৰুত্ব দি অফিচৰ চকী এখনত বহি অটো চলাই আছে। অফিচৰ চকীখনত গোটেই দিনটো বহি থাকিলে তেওঁৰ কঁকালৰ বিষৰ সমস্যা কম হ’ব। এই পোষ্টটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ।

এজনে লিখিছে – ‘‘আই টিৰ মানুহ যেন লাগিছে, চকীখন লৈ হয়তো পলাই গৈছে৷ কিছুদিন আগতে এজন অটো ড্ৰাইভাৰৰ স্মাৰ্ট ঘড়ীত থকা QR ক’ডৰ ভিডিঅ’ ভাইৰেল হৈছিল। আপোনাৰ মতামত কমেন্ট কৰিব।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক