--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰাজনৈতিক পট পৰৱৰ্তনৰ পাছত ভৰতলৈ অবৈধ অনু্প্ৰৱেশ বৃদ্ধিপোৱাৰ শংকা কৰা হৈছিল৷ সেয়ে অবৈধ অনু্প্ৰৱেশ ৰোধ কৰিবৰ বাবে সীমান্তৰক্ষী বাহিনী সষ্টম কৰিতোলা হৈছিল৷ শেহতীয়াকৈ দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন বাংলাদেশী নাগৰিকক আটক কৰাৰ তথ্য পোহৰলৈ আহিছে৷      


প্ৰাপ্ত তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰত বি এছ এফে মেঘালয়ৰ দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এজন বাংলাদেশী নাগৰিকক আটক কৰিছে৷ নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ১ম বেটেলিয়ন বি এছ এফে বি অ’ পি কানাইৰ ওচৰত এক বিশেষ অভিযান চলাই বাংলাদেশৰ নেট্ৰাকোনা জিলাৰ বাসিন্দা টনিক হাজং নামৰ এজন বাংলাদেশী নাগৰিক টনিক হাজঙক আটক কৰে৷

আটকাধীন ব্যক্তিজনৰ হাতত আছিল২,৩৭,৫০০ টাকা বাংলাদেশী মুদ্ৰা৷ অবৈধভাৱে সীমান্তৰ পাৰ কৰা কাৰ্যকলাপৰ উদ্দেশ্য আছিল বুলি জানিবলৈ দিছে৷ এক সুকীয়া অভিযানত একেদিনাই চতুৰ্থ বেটেলিয়ন বি এছ এফে ১৫ লাখ টকাৰ প্ৰসাধন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। সীমান্তৰ সিপাৰে চোৰাং সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰা ৪-৫ জনীয়া দুষ্কৃতিকাৰীৰ এটা দল এটা বিশেষ টহলদাৰী দলৰ মুখামুখি হয়।প্ৰত্যাহ্বান জনোৱাৰ লগে লগে দুৰ্বৃত্তই প্ৰসাধন সামগ্ৰী এৰি জংঘল ফালে পলায়ন কৰে।

জব্দ কৰা সামগ্ৰীৰ সৈতে ব্যক্তিজনক আইনী ব্যৱস্থাৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়ে আৰু জব্দ কৰা প্ৰসাধন সামগ্ৰীসমূহ শুল্ক কাৰ্যালয়ত গতাই দিয়ে সীমা সুৰক্ষাবাহিনীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু