--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেম সুন্দৰ; প্ৰেম অনন্য;প্ৰেমে নামানে বয়স, উচ্চ-নীচৰ ভেদাভেদ৷ এই প্ৰেমৰ মায়াজালত পৰি ৭ সাগৰ ১৩নদী পাৰ হৈ বিদেশৰ বোৱাৰী হৈছিল বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা৷ ২০১৯ চনৰ ১ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে এক হৈছিল নিক জ’নাছ আৰু প্ৰিয়ংকা চোপ্ৰা৷ তাৰ পাছত নিকতকৈ ১০ বছৰ ডাঙৰ ডেচী গাৰ্ল প্ৰিয়ংকাৰ বৈবাহিক জীৱনৰ কথা বিভিন্ন মহলত চৰ্চা লাভ কৰিছিল৷ সঘনাই ইনষ্টাগ্ৰামত টোলপাৰ লগাইছিল৷ কিন্তু অলপতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটি খবৰ৷ আৰু এই খবৰে সকলোকে হতবাক কৰি তুলিছিল৷ এই খবৰ আছিল অন্ত পৰিব প্ৰিয়ংকা আৰু নিকৰ বৈবাহিক জীৱন৷ আনকি অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলাৰৰ পৰা উঠাই দিয়া হৈছিল জ’নাছ উপাধিও৷

বিয়পোৱা খবৰ অনুসৰি, বিবাহ বিচ্ছেদ কৰিব এই দুই চেলিব্ৰিটীয়ে৷ অৱশেষত বহু উৎকণ্ঠাৰ পাছত এটি ইনষ্টাগ্ৰাম পোষ্টৰে দি গ’ল এক সুখৰ বাৰ্তা৷ দি চেলিব্ৰিটী দম্পতীৰ আনন্দৰ খবৰ৷ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে বিবাহ বিচ্ছেদৰ খবৰ উৰাবাতৰি বুলি অবিহিত কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জ’নাছৰ মাজত সকলো ঠিকে আছে৷

আনকি তেওঁৰ হেণ্ডেলাৰ পৰা জ’নাছ উপাধি উঠাই দিয়াৰ প্ৰসংগটো কয়, দম্পতীটোৰ বিভাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেয়া সম্পূৰ্ণ ভুৱা বাতৰি বুলিও অবিহিত কৰে তেওঁ৷ দম্পতীটোৱে আনকি সংবাদ মাধ্যমক কটাক্ষ কৰি কয় যে, এই উৰা বাতৰি বিয়পাই নিদিবলৈ অনুৰোধ জনোৱা হ’ল৷ অভিনেত্ৰীগৰাকীয়ে কয়, ‘আমি সদায় এক আছিলো৷ এক হৈ থাকিম৷ নিকৰ প্ৰতি মোৰ ভালপোৱা অফুৰন্ত৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ