--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘প্ৰজাপতি’ ছবিৰ শ্বুটিং আৰম্ভ হৈছে। পৰিচালকৰ আশা মিথুন চক্ৰৱৰ্তীয়েই প্ৰাণকেন্দ্ৰ-ছবিখনৰ। পিছে শ্বুটিং স্থলীতে অঘটন। কলিকতাত নাই ‘মহাগুৰু’ ! চহৰৰ পৰা বহু দূৰৈত হেনো অৱস্থান কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মিথুন চক্ৰৱৰ্তীক বিচাৰি পিছে পিছে খোজ লৈছে পৰিচালক অভিজিৎ সেনে। জি বাংলাৰ ‘সা ৰে গা মা পা’ ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙত গুৰুত্ব চক্ৰৱৰ্তীৰ! প্ৰযোজক-অভিনেতা দেৱ অধিকাৰী আৰু অতনু ৰায়চৌধুৰীও ঠিক তেনেদৰেই নিজৰ কামত ব্যস্ত। হয়, এনে খবৰে বৰ্তমান তোলপাৰ লগাইছে টলীউডত!

দেওবাৰে ‘মহাগুৰু’ই বাগডোগ্ৰা বিমানবন্দৰত ভৰি দিয়াৰ লগে লগে বৃদ্ধি পাইছে আলোচনা। বিমানযোগে তেওঁ পালেগৈ নেকি শৈলনগৰী? তেতিগয়া সময় পুৱা ১০ বাজিছে। বিমানবন্দৰৰ পৰা ওলাই অহাৰ পিছতে মিথুন চক্ৰৱৰ্তীৰ গাড়ীখন গন্তব্যস্থানলৈ লহৰি গৈছে।

ঘটনাটো কি? মুঠতে বিয়পি পৰিল মিথুন চক্ৰৱৰ্তীৰ নিৰুদ্দেশৰ বাতৰি। পৰৱৰ্তী সময়ত ছবিৰ পৰিচালক-প্ৰযোজকে জনায় যে, ‘মিথুন দাই আমাৰ সৈতে অবিৰতভাৱে কাম কৰি আহিছে। তেওঁক এতিয়া অলপ জিৰণিৰ প্ৰয়োজন, আমিও বিচাৰিছো সামান্য সকাহ। দেওবাৰৰ পৰা চহৰখনত নাই ‘দাদা’। সেইখিনিয়েই জানো। বাকী তেওঁ ক’লৈ গৈছে, কিয় গৈছে একো নাজানো।’

স্বাভাৱকিকতে এই খবৰে ক্ষণিকৰ বাবে হ’লেও উদ্বিগ্ন কৰি তোলে অনুৰাগী সকলক। ছ’চিয়েল মিডিয়াতো মিথুন চক্ৰৱৰ্তী নিৰুদ্দেশ হোৱাৰ বাতৰি বিয়পি পৰে পলকতে। পিছে এই খবৰ সত্যাসত্যতাক লৈ এতিয়াও অব্যাহত আছে গুঞ্জন। কেতিয়াকৈ দেখিবলৈ পোৱা যাৱ মিথুনক? তাকে লৈ অপেক্ষাৰতক চিনেপ্ৰেমী…

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ