--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰাগছ কাণ্ডই পুনৰ জোকাৰিছে বলীউড। বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ জালত পৰাৰ পাছত মায়ানগৰীৰ ড্ৰাগছ কাণ্ডই নতুন চাঞ্চল্য সৃষ্টি কৰিছে। এখন বিলাসী জাহাজত চলি থকা পাৰ্টীত আকস্মিক তালাচী চলাই আৰক্ষীয়ে আটক কৰিছিল আৰিয়ানসহ আঠজনক। এই আঠজনৰ লগতে আৰিয়ানক জেৰা কৰাৰ পাছত এতিয়া আটাইকেইজনকে গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে।

আৰিয়ান খানে জেৰাত তেওঁৰ নিৰ্দোষিতা দাবী কৰিলেও তেওঁ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এনচিবিৰ তদন্তত। শ্বাহৰুখপুত্ৰৰ ফোন স্কেন কৰাত তেওঁৰ হোৱাটছএপৰ পৰা এনচিবিৰ বিষয়াই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে হোৱাটএছএপ যোগে আৰিয়ানে নিয়মীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰে যোগাযোগ ৰাখিছিল আৰু নিয়মীয়াকৈ ড্ৰাগছ অৰ্ডাৰ কৰিছিল। এই তথ্য লাভৰ পাছতে আৰিয়ানক গ্ৰেপ্তাৰৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। আৰিয়ান খানৰ উপৰি মুনমুন ধামেচা, নুপুৰ ছাৰিকা, ইছমীট সিং, মোহক জেছৱাল, বিক্ৰান্ত চোকাৰ, গোমিত চোপ্ৰা আৰু আৰবাজ মাৰ্চেণ্টক আটক কৰি জেৰা চলাই আছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ