--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক জীৱনশৈলীত মানসিক চাপ এটা সাধাৰণ সমস্যা হৈ পৰিছে। অফিচৰ টেনচন, সম্পৰ্কৰ সমস্যা, আৰ্থিক সমস্যা আদিৰ বাবে আমি প্ৰায়ে মানসিক চাপত ভুগো। মানসিক চাপে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত অনিদ্ৰা, মূৰৰ বিষ, পেটৰ বিষ, হতাশা আৰু উদ্বেগ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

যোগাসনৰ দ্বাৰা মানসিক চাপৰ পৰা সকাহ পোৱাৰ এক উত্তম উপায়। যোগে আমাৰ শৰীৰ আৰু মনক শান্ত কৰাত সহায় কৰে। মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ লক্ষণসমূহ হ্ৰাস কৰাত ই ফলপ্ৰসূ। তলত আপোনাক দুটা যোগাসনৰ কথা কোৱা হৈছে, যিয়ে মানসিক চাপৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে।
Benefits of Balasan know here What is Balasan and How to do Balasan brmp |  Benefits of Balasan: तनाव दूर करने के अलावा इन बीमारियों से बचाता है  बालासन, जानिए करने की

১) বালাসনঃ বালাসন হৈছে এটা সহজ অথচ ফলপ্ৰসূ যোগাসন যিয়ে মানসিক চাপৰ পৰা উপশম পোৱাত সহায় কৰে। এই আসনে আমাৰ শৰীৰক শান্ত আৰু শিথিল কৰে। বালাসন কৰিবলৈ প্ৰথমে আঁঠু লৈ বহিব লাগে। ভৰি দুখন অলপ মেলি দি ভৰিৰ আঙুলি বাহিৰলৈ ৰাখক। আঁঠুৰ ওপৰত হাত থৈ পিঠিখন পোন কৰি ৰাখক। উশাহ লওক। পেটটো উৰুৰ ফালে আনিব। উশাহ এৰি দি মূৰটো বুকুৰ ওপৰত ৰাখক। এই অৱস্থাত কেইছেকেণ্ডমান অপেক্ষা কৰক। তাৰ পিছত, উশাহ লওক। পিঠিখন পোন কৰি ৰাখিব আৰু মূৰটো ওপৰলৈ তুলিব। বালাসন ৫-১০ বাৰ পুনৰাবৃত্তি কৰক।
Sukhasana Help Reduce Your Blood Pressure Easy Pose
২)সুখাসনঃ  সুখাসন হৈছে এক শিথিল যোগাসন যিয়ে মানসিক চাপ দূৰ কৰাত সহায় কৰে। এই আসনে আমাৰ মনক শান্ত আৰু কেন্দ্ৰীভূত কৰাত সহায় কৰে। সুখাসন কৰিবলৈ প্ৰথমে আৰামদায়ক অৱস্থাত বহিব লাগে। ভৰি দুখন আগত ৰাখি আঁঠুত হাত ৰাখক। পিঠিখন পোন কৰি ৰাখক আৰু লাহে লাহে উশাহ-নিশাহ লওক। নিজৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। উশাহ-নিশাহ লেহেমীয়া আৰু গভীৰ কৰক। ৫-১০ মিনিটৰ বাবে সুখাসন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ