--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিড-১৯ৰ নতুন প্ৰকাৰ অ’মিক্ৰনে বিশ্বজুৰি চাঞ্চল্য অব্যাহত ৰাখিছে৷ এনে চাঞ্চল্য আৰু উদ্বিগ্নতাৰ মাজতে আহিছে মৃত্যুৰ খবৰ৷ ইংলেণ্ডত বিশ্বৰ প্ৰথমগৰাকী অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু হৈছে৷ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিশ জনছনে সদৰি কৰিছে এই তথ্য৷

পশ্চিম লণ্ডনৰ পেডিংটনৰ ওচৰত এটা টীকাকৰণ ক্লিনিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে ক’ৰনা ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনত আক্ৰান্ত হৈ ইংলেণ্ডত এজন লোকৰ মৃত্যু হৈছে৷ দেওবাৰে নিশা প্ৰধানমন্ত্ৰীগৰাকীয়ে দূৰদৰ্শনৰ এক জৰুৰী ভাষণত সতৰ্ক কৰি দিছিল যে অতি দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি কৰা ক’ভিডৰ এই নতুন প্ৰকাৰৰ অন্য এক ঢৌ আহিবলৈ ধৰিছে৷

উল্লেখযোগ্য যে, ভাৰততো বিয়পি পৰিছে অ’মিক্ৰন৷ ভাৰতৰ ছয়খন ৰাজ্যৰ ৩৮গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডৰ এই নতুন প্ৰকাৰত৷ অ’মিক্ৰন ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ