--°C
Loading...
Listen to Article
2 min read
80%

লগতে উক্ত কেপচনত ত্ৰিৰংগাক ৭৫ বছৰীয়া গৌৰৱ আৰু ঐক্যৰ প্ৰতীক বুলিও অভিহিত কৰা হৈছে৷

ডিজিটেল ডেস্ক: ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ৷ এই

আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা বহু কাৰ্যসূচী হাতত লোৱা হৈছে৷হৰ ঘৰ ত্ৰিৰংগা হৈছে  আজাদী কা অমৃত মহোৎসৱৰে এক অন্যতম কাৰ্যসূচী৷ চৰকাৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঘৰতে ভাৰতবৰ্ষৰ জাতীয় পতাকা  উত্তোলন কৰি এই কাৰ্যসূচীক সফল কৰি তুলিবলৈ অনুৰোধ জনাইছে৷

শেহতীয়াভাৱে স্বাধীনতাৰ ৭৫ টা বৰ্ষ আৰু ভাৰতবৰ্ষ কৃষ্টি-সংস্কৃতি, ভাৰতীয়  ইতিহাস প্ৰতিফলিত কৰিবলৈ ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়েহৰ  ঘৰ ত্ৰিৰংগাশীৰ্ষক এটি ভিডিঅ নিৰ্মাণ কৰিছে৷ ভিডিঅটোত অমিতাভ বচ্চন, কপিল দেৱ,বিৰাট কোহলী, অনুপম খেৰ আদি জনপ্ৰিয় ব্যক্তিক দেখিবলৈ পোৱা গৈছে৷ ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ একাউণ্ট এই বিশেষ ভিডিঅটো ষ্ট কৰা হৈছে৷ আৰু ভিডিঅটি ষ্ট কৰি সাংস্কৃতিক মন্ত্ৰালয়ে লিখিছে যে,  “ হৰ ঘৰ ত্ৰিৰংগা, ঘৰ ঘৰ ত্ৰিৰংগা লগতে উক্ত কেপচনত ত্ৰিৰংগাক ৭৫ বছৰীয়া গৌৰৱ আৰু ঐক্যৰ প্ৰতীক বুলিও অভিহিত কৰা হৈছে৷

এই ভিডিঅটোত ভাৰতৰ বৈচিত্ৰ্যতাৰ সৌন্দৰ্যক প্ৰতিফলিত কৰা হৈছে৷ সুদক্ষ অভিনেতা অমিতাভ বচ্চনে ভিডিঅটোত কন্ঠদান কৰিছে৷ দক্ষিণ ভাৰতৰ অভিনেতা সকলৰ ভিতৰত একমাত্ৰ প্ৰভাসেই এই ভিডিঅ অংশ লৈছে৷ইয়াৰোপৰিভিডিঅটোৰ শেষৰফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো দেখা গৈছে৷



 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ