--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোমবাৰে পঞ্জাৱৰ জলন্ধৰত অনুষ্ঠিত কাবাডী টুৰ্ণামেণ্টৰ সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল আম্বিয়ানক গুলীয়াই হত্যা কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ। এই ঘটনাৰ পাছতে সন্দীপক লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কাবাডী খেলুৱৈক সন্দীপ সিং নাংগল আৰক্ষীয়ে জনোৱা মতে সন্দীপ নাকোদাৰৰ মলিয়ান খুৰ্দ গাঁৱত প্ৰতিযোগিতাৰ স্থানৰ পৰা ওলাই অহাৰ সময়তে চাৰিজন লোকে তেওঁৰ ওপৰত গুলীচালনা কৰিছিল। [playlist type="video" ids="137948"] তেওঁলোকে সন্দেহ কৰিছে যে কাবাডী খেলুৱৈজনক লক্ষ্য কৰি আঠৰ পৰা ১০ টা গুলীবৰ্ষণ কৰা হৈছিল। কাবাডী খেলুৱৈক সন্দীপ সিং নাংগল এই হত্যাকাণ্ডটোৰ এটা ভিডিঅ' এতিয়া সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ'টোত, কিছুমান লোকক গছৰ মাজত থিয় হৈ থকা দেখা গৈছে যদিও সেয়া দৃশ্যমান হোৱা নাই। জলন্ধৰ (গ্ৰাম্য) উপ আৰক্ষী অধীক্ষক (নকোদাৰ) লাখৱিন্দৰ সিঙে কৈছে যে খেলুৱৈজন শ্বাহকোটৰ নাংগল আম্বিয়ান গাঁৱৰ৷ অৱশ্যে তেঁও বৰ্তমান ইংলেণ্ডৰ বাসিন্দা৷ উল্লেখ্য যে তেওঁৱে গাওঁখনত কাবাডী টুৰ্ণামেণ্ট আয়োজন কৰিছিল। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন