--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি প্ৰবল জোকাৰণি সৃষ্টি কৰা হিজাব বিতৰ্কৰ ওপৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে ঐতিহাসিক ৰায়দান। স্কুল-কলেজত পিন্ধিব নোৱাৰিব হিজাব।হিজাব নিষিদ্ধৰ বিৰুদ্ধে দাখিল সকলো আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে কয় যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম কাজীৰ পূৰ্ণ বিচাৰপীঠ উডুপীৰ যুৱতীৰ আবেদনৰ শুনানিৰ বাবে গঠন কৰা হৈছিল। এই ছাত্ৰীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যে তেওঁলোকক বিদ্যালয়ত ইউনিফৰ্মৰ লগতে হিজাব পিন্ধাৰ অনুমতি দিয়া হওক। তেওঁলোকে কৈছিল যে এয়া তেওঁলোকৰ ধৰ্মীয় আস্থাৰ অংশ।হিজাব গোচৰৰ শুনানি গ্ৰহণ কৰি থকা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠত হাজিৰ হোৱা ৰাজ্যিক অধিবক্তা জেনেৰেল প্ৰভুলিঙ্গ নাভাদগীয়ে কৈছিল, “হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয়। ড০ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কৈছিল যে “আমি আমাৰ ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে”। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। আৰু পঢ়কঃ কাকো মুখ দেখুৱাৰ যোগ্য নহয়! জেকেটেৰে সম্পূৰ্ণ মুখ ঢাকি চিনেমা চাবলৈ আহিল ৰাজ কুন্দ্ৰা BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন