--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টোল টেক্সক লৈ দেশৰ বিভিন্ন প্ৰান্তত সৰৱ আলোচনা-সমালোচন চলি আহিছে তেনে সময়তে কেন্দ্ৰীয় গড়কাপ্তানী, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে টোলকৰ সন্দৰ্ভত জাৰি কিৰছে এক বিবৃতি। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টভৱে কয় যে ভৱিষ্যতেও বিলুপ্ত কৰা নহয় টোলকৰ। 

এটা প’ডকাষ্টত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় আমি ধনী লোকৰ পৰা ক্ষতিপূৰণ লৈছো। যদি ভাল সেৱা বিচাৰে তেন্তে আপুনিকৰ দিব দিব লাগিব।আৰু কোনো কাৰণতে টোলকৰ বিলুপ্ত কৰা নহয় বুলি সদৰি কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘আজি মই কিয় ইমান কাম কৰিছো? কিয় ভাৰতৰ পথসূহৰ আন্তঃগাঁথনি আমেৰিকাৰ পথৰ সমতুল্য হৈ পৰিছে, কেৱল বাজেটৰ ধনেৰে সেয়া সম্ভৱ হোৱা নাই। মই ইভেণ্টৰ পৰা ধন সংগ্ৰহ কৰা হৈছে, বেংকৰ পৰা ঋণ লোৱা হৈছে মানুহৰ পৰা ধন সংগ্ৰহ কৰাৰ পাছতহে সম্ভৱ হৈ উঠিছে।

নীতিন গাডকাৰীয়ে, য'ত অৰ্থনীতি টনকীয়াল।য'ত বিকাশৰ হাৰ বেছি, কিন্তু জনমূৰি আয় বেছি আৰু যান-বাহনৰ সংখ্যাও বেছি, তাতহে টোল স্থাপন কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ, গজৰাট, ৰাজস্থান, দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানা আদি ৰাজ্যৰ পৰা টোলকৰ লাভ কৰা হয় কিন্তু ইউ পি-বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ টোলকৰ লাভ কৰা নহয় বুলি মত প্ৰকাশ কৰিছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, টোলকৰ কেন্দ্ৰৰ বিত্ত মন্ত্ৰালয়ৰ হাতলৈ যায়। মন্ত্ৰালয়ে একেখিনি ধন পাছত এই বভাগলৈ পথায় বুলি সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু