--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন কাঢ়ি ল’ব বিচৰা হৈছে শিৰৰ মুকুট! অংগক্ষত কৰি তুলিব খোজা হৈছে পংগু। মুম্বাইবিহীন মহাৰাষ্ট্ৰ এখনৰ কল্পনা কৰিব পাৰিনে? কিন্তু এতিয়া তেনে এক আশংকাৰ কথাই ব্যক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া এক গুৰুতৰ আশংকাৰ কথা ব্যক্ত কৰিছে শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউটে।

 

মহাৰাষ্ট্ৰৰ পৰা মুম্বাইক পৃথক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰি থকা বুলি অভিযোগ কৰিছে শিৱসেনাৰ মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউটে তেওঁ আজি অভিযোগ কৰে যে, মুম্বাইক পৃথক কৰি কেন্দ্ৰই ইয়াৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছে তেওঁ অভিযোগ কৰা অনুসৰিবিল্ডাৰৰ লবীআৰু বাৰানসীৰ এজন লোক এই ষড়যন্ত্ৰত চামিল হৈ আছে তেওঁ নিৰ্মাণখণ্ডৰে জড়িত এই শক্তিশালী লোকসকলৰ নাম লবলৈ অস্বীকাৰ কৰে আৰু কয় যে, এতিয়া মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ বদনাম ৰটিবলৈ চেষ্টা কৰি থকা হৈছে বিজেপি নেতা কিৰিট সৌম্যাও ইয়াৰ অংশীদাৰ হৈ আছে তেওঁ সজোৰে এই দাবী কৰে যে, পৃথক মুম্বাইৰ ষড়যন্ত্ৰ এতিয়া তুংগত উঠিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় এক প্ৰতিবেদন কেন্দ্ৰীয় গৃহ বিভাগৰ হাতত দাখিল কৰা হ

ৰাজ্য চৰকাৰক চাপত ৰাখিবলৈ বিভিন্নজন নেতা-মন্ত্ৰীৰ বিৰুদ্দে কেন্দ্ৰীয় সংস্থাৰ তদন্ত আৰম্ভ কৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰখনক চাপত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাইছে। এনে প্ৰচেষ্টাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰে মুম্বাইক পৃথক কৰি ৰাজ্যখনৰ ক্ষমতা তথা গৰিমা হ্ৰাসৰ চেষ্টা কৰা বুলি অভিযোগ উঠাতো তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ