--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সম্প্ৰতি ‘কাচা বাদাম’ নৃত্যই ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিছে আলোড়নৰ৷ বলীউডৰ চেলিব্ৰেটীৰ পৰা প্ৰভাৱশালী লোকলৈকে সকলোতে এতিয়া ‘কাচা বাদাম’৷ ভূৱন বাদ্যকাৰ নামৰ এজন বঙালী চীনা বাদাম বিক্ৰেতাই গোৱা এই ট্ৰেণ্ডিং গানটোৱে ছ'চিয়েল মিডিয়াত লাভ কৰিছে সমাদৰ। এতিয়া ছ'চিয়েল মিডিয়াত কাচা বাদামত নাচি থকা এগৰাকী স্কুলীয়া ছাত্ৰীৰ এটা মৰমলগা ভিডিঅ' পোহৰলৈ আহিছে। কণমানিজনীৰ নৃত্যটো ছ'চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। ভিডিঅ'টো আইএএছ বিষয়া আৱানীশ শৰণে শ্বেয়াৰ কৰিছিল। https://twitter.com/i/status/1502913506152448003 ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল যে অংগনৱাড়ী কেন্দ্ৰত এজনী কণমানি স্কুলৰ ইউনিফৰ্মত। প্ৰথমতে ভিডিঅ'টো শ্বেয়াৰ কৰা এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে ভিডিঅ'টো গুজৰাটৰ। অৱশ্যে কণমানিজনীৰ পৰিচয় এতিয়াও জানিব পৰা নাই। কণমানিজনীয়ে হাঁহি হাঁহি ‘কাচা বাদাম’ত নাচি আছে । https://twitter.com/i/status/1502685762407436291 মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ-সঞ্চালক নেহা কান্তাৰিয়াই টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, 'ট্ৰেণ্ডবোৰ কেৱল চহৰাঞ্চলৰ বাবে নহয়।' এই ভিডিঅ'টোৱে গাঁও অঞ্চলটো সমানে জনপ্ৰিয়তা লাভ কৰিছে৷ ভিডিঅ'টোৰ কমেণ্টতত লিখিছে যে, 'লাভলী' আকৌ আন এজনে লিখিছে যে Iss kacha badam k series mai mujhe kisi ka to cute laga ????❤️৷৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন