--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জন্মদিনৰ কেক অৰ্ডাৰ দিয়াটো  প্ৰৰোচনাৰ বলি হ'ল পুনেৰ এগৰাকী মহিলা। জন্মদিনৰ কেক অৰ্ডাৰো এগৰাকী মহিলাৰ বাবে ব্যয়বহুল কামত পৰিণত হ’ল ।  য'ত মহিলাগৰাকী ফিছিং কেলেংকাৰীৰ চিকাৰ হৈ পৰিল। ৪০০ টকাৰ জন্মদিনৰ কেকৰ অনলাইন অৰ্ডাৰ দিবলৈ গৈ মহিলাগৰাকীক ১.৬৭ লাখ টকা প্ৰতাৰণা কৰিছিল।এজন চাইবাৰ প্ৰৱঞ্চকে বেকাৰীৰ কৰ্মচাৰীৰ ৰূপ লৈ ভুক্তভোগীক প্ৰতাৰণা কৰি বিপুল পৰিমাণৰ ধন দাবী কৰিছে বুলি জানিব পাৰি।

ভোছাৰী এম আই ডি চি আৰক্ষীৰ মতে, মহিলা গৰাকী মোশীৰ বাসিন্দা। ৪ মাৰ্চত মহিলাগৰাকীয়ে ইণ্টাৰনেট ব্ৰাউজ কৰি কেকৰ দোকানৰ নম্বৰটো পাইছিল, য’ত তেওঁ অৰ্ডাৰ দিছিল। দোকানৰ কৰ্মচাৰীৰ অভিনয় কৰা এজন পুৰুষে তেওঁক ফোন কৰি বেংকৰ ডিটেইলছ শ্বেয়াৰ কৰিলে ৪০০ পেমেণ্ট কৰিলে। প্ৰথমাৱস্থাত মহিলাগৰাকীয়ে পেমেণ্ট ইছ্যুৰ সন্মুখীন হৈছিল সেয়ে উক্ত পুৰুষজনে এটা QR ক’ড শ্বেয়াৰ কৰিছিল। মহিলাগৰাকীয়ে ক’ডটো স্কেন কৰাৰ লগে লগে ২০০০ কৰ্তন কৰা হৈছিল। মানুহজনে তেওঁক আশ্বাস দিলে যে তেওঁ প্ৰাপ্ত টকা ঘূৰাই দিব।

তদন্ত বিষয়া এছ পাটিলে কয়, “মহিলাগৰাকীয়ে ৰিফাণ্ড হিচাপে মাত্ৰ ১০টকা লাভ কৰিছিল আৰু লগে লগে ছটা অনলাইন লেনদেনত তেওঁৰ ১.৬৭ লাখ লোকচান হৈছিল।”

ইয়াৰ পৰবৰ্তী সময়ত প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি সোমবাৰে মহিলাগৰাকীয়ে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১৯,৪২০ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ (ঘ) ধাৰা অনুসৰি প্ৰৱঞ্চনা আৰু অসৎ কামেৰে প্ৰৰোচনা কৰা আৰু কম্পিউটাৰ সম্পদ ব্যৱহাৰ কৰি পৰিচয় চুৰিৰ অভিযোগত গোচৰ ৰুজু কৰিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি