--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ সময়ত সকলোৱে নিজৰ ওজন কমাব বিচাৰে কাৰণ ওজন নিয়ন্ত্ৰণত ৰাখিলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ বাবে মানুহে জিমত মাহৰ পিছত মাহ ধৰি ঘাম উলিলায়, কিন্তু কেতিয়াবা এই সকলোবোৰ বস্তুও কোনো কামত নাহে। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ ওজন কমাব বিচাৰে তেন্তে জিমত ঘণ্টাৰ পিছত ঘণ্টা ঘাম ওলোৱাৰ প্ৰয়োজন নাই, কিন্তু আপুনি কেৱল মেথিৰ পানী খালেই সহজে ওজন কমাব পাৰে। ইয়াত আমি আপোনাক ক’ম কোনবোৰ উপায়েৰে আপুনি আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে।

মেথিৰ পানী এনেদৰে খালে ওজন কমিব-

মেথিৰ পানী- মেথিৰ পানী ওজন কমাবলৈ অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এই পানী বনাবলৈ ১ চামুচ মেথি গুটি এগিলাচ পানীত ৰাতি তিয়াই দিব। এতিয়া এই পানী ৰাতিপুৱা ফিল্টাৰ কৰি পান কৰক। এনে কৰিলে শৰীৰ বিষমুক্ত হব আৰু আপোনাৰ ওজন দ্ৰুতভাৱে কমি যাব। গতিকে যদি আপুনি সঁচাকৈয়ে ওজন কমাব বিচাৰে তেন্তে আপুনি দৈনিক মেথিৰ পানী খাব পাৰে।

মেথি গুটি চাহ- ওজন কম কৰিবলৈ মেথি চাহ বনাই খাব পাৰে। এই চাহ বনাবলৈ এগিলাচ পানী উতলাই লওক, পানী উতলিলে তাত মেথি গুটি এচামুচ দি উতলাই লওক। এতিয়া পানী আধা হৈ থাকিলে ফিল্টাৰ কৰি পান কৰক। প্ৰতিদিনে পুৱা খালী পেটত এই কাম কৰিব লাগিব, ইয়াৰ দ্বাৰা মেদবহুলতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব।

মেথি গুটি আৰু মৌ- ওজন খৰকৈ কমাবলৈ মেথি গুটি পিহি তাত এচামুচ মৌ মিহলাই ৰাতিপুৱা আৰু গধূলি খাব লাগে। ইয়াৰ ফলত আপোনাৰ ওজন দ্ৰুতভাৱে হ্ৰাস পাব। আপোনালোকক কওঁ যে ওজন হ্ৰাস কৰাৰ লগতে মেথি আৰু মৌৱে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। গতিকে ওজন কমাবলৈ মেথি গুটি আৰু মৌ খাব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব