--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অসম কন্যা সংযুক্তা দত্তৰ অনন্য কীৰ্তি। মুম্বাইৰ লেকমি ফেশ্বন উ‌ইকত জিলিকিল সংযুক্তা। মেখেলা চাদৰক অনন্য ৰূপ দিয়া সংযুক্তাই প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে মুম্বাইৰ জিঅ’ গাৰ্ডেনত অনুষ্ঠিত FDCI X Lakme Fashion Week-ত তেওঁৰ নতুন সংগ্ৰহ 'চিকি-মিকি' প্ৰদৰ্শন কৰে।

দেশৰ আগশাৰীৰ কেইবাগৰাকী মডেলে সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰে। বলীউড অভিনেত্ৰী তথা পৰিচালক দিব্যা খোচলা কুমাৰেও সংযুক্তাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষনীয় ৰূপত কেটৱাকো কৰে দিব্যাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত ৱাক কৰিছিল দিব্যা খোচলা কুমাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি