--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘মই এগৰাকী অসমীয়া ব্যক্তি৷ মোৰ শিৰত সদায় অসমীয়াৰ তেজ প্ৰভাৱমাণ৷ প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকক একেমুখে গৰিহণা দিছো’- আজি ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ তেওঁ বৰাকত অসমীয়া ভাষাৰ ওপৰত হোৱা অপমানৰ বাবে প্ৰদীপ দত্তৰ দৰে মানুহক ক্ষমা নকৰে বুলিও মন্তব্য কৰে৷ লগতে এই সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷ ইপিনে বিতৰ্কিত স্বল্পখ্যাত বেংগলী ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ক আজি জেৰা চলায় কাছাৰৰ আৰক্ষী অধীক্ষকে৷ কালিও দীৰ্ঘ সময় জেৰা কৰিছিল আৰক্ষী অধীক্ষকে৷

উল্লেখ্য যে, অসমীয়া ভাষাৰ হ’ৰ্ডিং আঁতৰোৱাৰ ওপৰত ভাবুকি দিছিল প্ৰদীপে৷ তাৰ পাছতেই ২৪ ঘণ্টাৰ ভিতৰত আঁতৰোৱা হয় হ’ৰ্ডিংখন৷ তাৰপাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ পীয়ুষ হাজৰিকাই লগতে সদৰী কৰে যে, অসমত অসমীয়া ভাষা চলিবই৷ আনকি এই সন্দৰ্ভত বৰাকৰ একাংশ লোকেও তীব্ৰ গৰিহণা যোগায় বুলিও উল্লেখ কৰে তেওঁ৷ বিধানসভা চৌহদত সৰ্বদলীয় বৈঠকত উপস্থিত হয় পীয়ু।

তাৰ পাছতেই সাংবাদিকৰে হোৱা কথোপকথনত প্ৰদীপ দত্ত ৰয় মানসিক বিকাৰগস্ত ব্যক্তি বুলিও অভিহিত কৰে। লগতে কেইদিনমান কংগ্ৰেছী হৈ কাম কৰিলে, তাৰ পাছত বিজেপিৰ হৈ কাম কৰিলে আকৌ বিজেপিৰ পৰা নিলম্বিতও হ’ল বুলি অবিহিত কৰি প্ৰদীপ দত্তৰ ওপৰত আইনে আইনী ব্যবস্থা ল’ব বুলি স্পষ্টীকৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ