--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজেপিয়ে পুনৰ উত্তৰ প্ৰদেশ দখলৰ চেষ্টাত সাজু কৰিছে ৰণকৌশল৷ উচ্চতম ন্যায়ালয়ে ঐতিসাহিক ৰাম জন্মভূমি গোচৰ, ২০১৯ নিষ্পত্তি হোৱাৰ পাছত বুধবাৰে প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হৈছেগৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডা৷ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে নড্ডাৰ এই অযোধ্যা যাত্ৰাত সহযোগিতা আগবঢ়াব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে কাশী বিশ্বনাথৰ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম কাজ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী দেওবাৰেই ৰাজ্যখনত উপস্থিত হয়৷ প্ৰধানমন্ত্ৰীৰ দুদিনীয়া বাৰাণসী ভ্ৰমণকালত অনুষ্ঠিত হোৱা সকলো কাৰ্যসূচীতে সহযোগিতা কৰিছিল নড্ডাই৷ বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকতো উপস্থিত আছিল নড্ডা৷

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই বিজেপিয়ে ৰাজ্যখনত বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে ভোটাৰৰ মন আকৃষ্ট কৰাৰ চেষ্টা চলাই আহিছে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনত পুনৰবাৰ যোগী চৰকাৰৰ গঠনত তৎপড় হৈ উঠিছে শাসকীয় দলটো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন