--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ কাৰ্যকলাপত অসন্তুষ্ট তালিবান। নিম্ন মানৰ খাদ্যসামগ্ৰী প্ৰেৰণ কৰি তালিবানৰ ভৰ্ৎসনাৰ সন্মুখীন হ'ল পাকিস্তান৷ তালিবানে উচ্চ মানৰ ঘেঁহু যোগান ধৰাৰ বাবে ভাৰতক প্ৰশংসা কৰাৰ সময়তে নিম্ন মানৰ ঘেঁহু সাহায্য হিচাপে প্ৰদান কৰাৰ বাবে পাকিস্তানক সমালোচনা কৰিছে। তালিবানৰ এজন মুখপাত্ৰই পাকিস্তানক সমালোচনা কৰি কয় যে পাকিস্তানে প্ৰেৰণ কৰা ঘেঁহু পচি গৈছে আৰু সেয়া ব্যৱহাৰৰ বাবে উপযুক্ত নহয়। অৱশ্যে, পাকিস্তানী ঘেঁহুৰ নিম্ন মানৰ বিষয়ে এই মন্তব্য দিয়া তালিবান বিষয়াজনক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। পাকিস্তান আৰু ভাৰতৰ পৰা তালিবানলৈ দিয়া ঘেঁহুৰ বিষয়ে মন্তব্য কৰা এজন তালিবান মুখপাত্ৰৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ বহুলোকে এই ভিডিঅ'টো চোৱাৰ পাছতে আফগানীসকলে ভাৰতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। https://twitter.com/zalandfaizm/status/1499702751567220738?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1499702751567220738%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.opindia.com%2F2022%2F03%2Ftaliban-upset-pakistan-donating-poor-quality-wheat-indias-quality-better%2F আফগানিস্তানৰ এজন লোকে ভিডিঅ'টোৰ সৈতে লিখিছে, 'এজন মুছলমান চুবুৰীয়া আৰু হিন্দু চুবুৰীয়াৰ মাজৰ পাৰ্থক্য শুনিব। হেই ইণ্ডিয়া! আফগান জনসাধাৰণক আপোনাৰ নিৰন্তৰ সমৰ্থনৰ বাবে #India ধন্যবাদ। আমাৰ ৰাজহুৱা-অনুকূল সম্পৰ্ক চিৰদিনৰ বাবে থাকিব। জয় হিন্দ!' তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগান জনসাধাৰণৰ বাবে মানৱীয় সহায় ঘোষণা কৰাৰ পাছত, ভাৰতে পাকিস্তানৰ স্থলপথৰ জৰিয়তে আফগানিস্তানলৈ ২,৫০০ টন ঘেঁহু প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ