--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ আক্ৰমণৰ তিনিদিনৰ পিছত পুনৰ ৰক্তাক্ত হ’ল পাকিস্তান।  শুক্ৰবাৰে খাইবাৰ পাখতুনত এক আত্মঘাতী আক্ৰমণত দুজন আৰক্ষী নিহত হয় । এই ঘটনাত কেইবাজনো লোক আহত হয়। আক্ৰমণৰ ঘটনাৰ পিছতে জেহাদীসকলক বিচাৰি উলিয়াবলৈ   বৃহৎ অভিযান আৰম্ভ কৰা হৈছে।

পাকিস্তানী বাতৰি কাকত ডনৰ মতে, সন্ত্ৰাসবাদীয়ে খাইবাৰ পাখতুনৰ টংক জিলাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰে। টংকৰ আৰক্ষী বিষয়া ইফতিখাৰ শ্বাহে কয়, "এজন ফিদায়েইন সন্ত্ৰাসবাদীয়ে এই  আক্ৰমণৰ  পৰিকল্পনা কৰি  তালৈ আছিল। কিন্তু এই পৰিকল্পনা বিফল হয় । জেহাদীসকলক বিচাৰি উলিওৱাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।’’ আনছাৰুল জিহাদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

মঙলবাৰে সন্ত্ৰকাসবাদীৰ  এটা দলে খাইবাৰ পাখতুনৰ  ডেৰা ইছমাইল খান চহৰৰ এটা আৰক্ষী চকী আৰু এটা সেনা ঘাটিত আক্ৰমণ কৰিছিল। আক্ৰমণত কমেও ২০ জন লোক নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ