--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে নৱবৰ্ষ। নৱবৰ্ষ আদৰাৰ নামত আনন্দত মতলীয়া হৈছে একাংশ। ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হৈছে এক অঘটন। সুৰা বুলি এচিড পান কৰি মৃত্যুমুখত পৰিল ৩জনকৈ লোক। ৭ জনৰ অৱস্থা সংকটজনক। নৱবৰ্ষক আদৰাৰ নামত লোককেইজনে প্ৰথমে অতিপাত সুৰা পান কৰে। সুৰাৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে সুৰা আৰু এচিড চিনি নোপোৱা হয়। ইয়াৰ ফলত সুৰা বুলি এচিডকে পান কৰে তেওঁলোকে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে। বাকী কেইজন লোক চিকিৎসাধীন হৈ আছে।

এচিড খাই মৃত্যুমুখত পৰা ৩জন লোক হৈছে শচীন্দ্ৰ ৰিয়াং (২২) অধিকাৰ ৰিয়াং (৪০) আৰু ভাবিৰাম ৰিয়াং (৩৮)। উল্লেখযোগ্য যে কাঞ্চনচাৰা নামৰ অঞ্চলটোত প্ৰী নিউ য়েৰ চেলিব্ৰেচন হিচাপে এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল য'ত মৃত ব্যক্তিসহ দহজন লোকে যোগদান কৰিছিল।

পাৰ্টিত অত্যধিক সুৰা পান কৰাৰ পাছত আটাইকেইজনে ভুলবশতঃ এচিড পান কৰিছিল। তেওঁলোক নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু মদ, এচিডৰ মাজৰ পাৰ্থক্যটো ধৰিব পৰা নাছিল বুলি আৰক্ষীয়ে সদৰী কৰে।নিচাসক্ত হৈ সুৰা বুলি এচিডকে পান কৰাৰ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ত্ৰিপুৰাত।

আৰু পঢ়কঃ ছুপাৰ ডুপাৰ হিট ‘পুষ্পা’! পৰ্দাৰ আঁৰত থকা প্ৰতিজনকে ১ লাখ টকাৰ পুৰস্কাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন