--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাৱটে চাৰিগৰাকীকৈ মহিলাই। প্ৰাতঃভ্ৰমণলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা মহিলা চাৰিগৰাকী আৰু ঘৰলৈ ঘূৰি নাহিল।

ৰাজপথত চাৰিও মহিলাকে এখন বাহনে মহতীয়াই নিয়ে। যাৰ ফলত থিতাতে নিহয় হয় মহিলাকেইগৰাকী। এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে বিহাৰৰ আৰা জিলাত। মহিলাকেইগৰাকীক এখন স্ক'ৰপিঅ' বাহনে মহতিয়াই নিয়ে।

দুৰ্ঘটনাস্থলীত অনেক লোকৰ ভিৰ

আৰু পঢ়কঃ ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ কোৱাত শিক্ষকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ ছাত্ৰৰ

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি বাহনখনৰ গতিবেগ অতি তীব্ৰ আছিল। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাগৰাকীক খুন্দিয়াই অলপো নৰখোৱাকৈ বাহনসহ চালকে পলায়ন কৰে। ৰাজপথত চাৰিটাকৈ মহিলাৰ মৃতদেহ দেখি হুৱা-দুৱা লগায় উপস্থিত লোকে। কোনোৱে আৰক্ষীক লগে লগে খবৰ দিয়ে।খবৰ পোৱা মাত্ৰকেই আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত নামি পৰিছে বিহাৰ আৰক্ষী। দুৰ্ঘটনাটোৰ খবৰে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ