--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক'ৰোনাৰ সংহাৰী ৰূপ চলি থকাৰ সময়ত শিক্ষাৰ্থীসকলৰ অনলাইন ক্লাছ চলি আছিল। পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱাৰ পাছত অফলাইন ক্লাছ আৰম্ভ হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলা হৈছে, কিন্তু অনলাইন ক্লাছৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰোতে যেন শিক্ষাৰ্থীসকলৰ মাজত বৃদ্ধি পালে মোবাইল আসক্তি। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা।

ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ শিক্ষকে কোৱাত এজন ছাত্ৰই শিক্ষকজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। নৱম শ্ৰেণীৰ ছাত্ৰজনক শিক্ষকজনে ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকীয়নি দিছিল। উদণ্ড ছাত্ৰজনে শিক্ষকজন ঘৰলৈ উভতাৰ পথত তেওঁক নিৰ্মমভাবে প্ৰহাৰ কৰে। অভিযুক্ত ছাত্ৰজনে তেওঁৰ দুজন মুখাপিন্ধা সহযোগীৰ সৈতে শিক্ষকজনক আক্ৰমণ কৰে। ঘটনাটো গোৰখপুৰৰ জুবিলি ইণ্টাৰ কলেজৰ সন্মুখত সংঘটিত হৈছিল।

আৰু পঢ়কঃ ফেচবুকৰ নাম সলনি! মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ নতুন নাম দিলে ‘Meta’

আৰক্ষীৰ ঘটনাস্থলী পৰ্যবেক্ষণ

আৰক্ষীয়ে ভুক্তভোগী শিক্ষকজনৰ এজাহাৰৰ ভিত্তিত তিনিও আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। গোৰখপুৰৰ আৰক্ষী বিষয়া কল্যাণ সিং সাগৰে কয় যে সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে। মূল অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন দুজন মুখা পিন্ধা অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলি আছে।ছাত্ৰজনক ইতিমধ্যে বহিষ্কাৰ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ