--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বজুৰি সোমবাৰে স্থৱিৰ হৈ পৰিছিল হোৱাটছ এপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ৷ ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবাৰ্গে ৷ প্ৰতিষ্ঠানটোৱে সোমবাৰে এক পোষ্টযোগে কয় যে, ‘সমগ্ৰ বিশ্বৰ পৰা ১০.৬ নিযুতৰো অধিক সমস্যাৰ প্ৰতিবেদনৰ সৈতে ডাউনডিটেক্টৰত আমি দেখা আটাইতকৈ ডাঙৰ বিভ্ৰাট ।

’ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১.৭ নিযুততকৈ অধিক সেৱা ব্যাহত হয়, তাৰ পাছত জাৰ্মানীত ১.৩ নিযুত আৰু নেডাৰলেণ্ডে ৯,১৫,০০০সেৱা ব্যাহত হৈ পৰিছিল ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে , ভাৰতত ৪১ কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে, হোৱাটছ এপ ব্যৱহাকৰীৰ সংখ্যাও ভাৰতত বহু বেছি। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে হোৱাটছ এপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে। ভাৰতত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ২১ কোটি।
ইফালে, কিছু ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰা ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ আৰু এক হুইচব্লোৱাৰ–এ প্ৰকাশ কৰা অনুসৰি কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ ৬০০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৪,৪৭,৩৪,৮৩,০০,০০০ টকাৰ লোকচান হয়। ৰিপ’ৰ্টে কয় যে, কিছু ঘণ্টাৰ বাবে সৃষ্টি হোৱা এই সমস্যাৰ ফলত ধনীৰ তালিকাতো জুকাৰবাৰ্গ এখোঁজ পিছুৱাই গৈ মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছতকৈ এটা স্থান তললৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ