--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী পৰিয়াল ভাৰতৰ ভিতৰতে আটাইতকৈ ধনী পৰিয়াল। সমগ্ৰ বিশ্বৰ মানুহে চিনি পায় আম্বানী পৰিয়ালৰ সদস্যক। আম্বানী পৰিয়ালৰ কথা ক’বলৈ গ’লে তেওঁলোকৰ ইমান ধন-সম্পত্তি আছে যে তেওঁলোকে যিকোনো দামী বস্তু অতি সহজেই কিনি অতি বিলাসী জীৱন যাপন কৰিব পাৰে। তেওঁলোকে নিজৰ টকাৰে পৃথিৱীৰ যিকোনো বস্তু কিনিব পাৰে। 

অৱশ্যে আজি আম্বানী পৰিয়ালৰ যি সম্পদ আছে সেয়া মুকেশ আম্বানীৰ বাবে সম্ভৱ হৈছে। মুকেশ আম্বানী এই মুহূৰ্তত ভাৰতৰ অন্যতম সফল ব্যৱসায়ী আৰু তেওঁৰ বাবেই তেওঁৰ পৰিয়ালত ইমান ধন-সম্পত্তি আছে। অতি সহজ-সৰল পৰিয়ালৰ পৰা অহা মুকেশ আম্বানী ভাৰতৰ অন্যতম বৃহৎ ব্যৱসায়ী হৈ পৰিছে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বই মুকেশ আম্বানীক চিনি পায়। ছ’চিয়েল মিডিয়াতো আম্বানী পৰিয়ালক লৈ যথেষ্ট চৰ্চা হয়। 

শেহতীয়াকৈ আম্বানী পৰিয়ালৰ এটা কথা পোহৰলৈ আহিছে। শুনিবলৈ পোৱা গৈছে যে বিশাল পৰিমাণৰ ধন-সম্পত্তি থকাৰ পাছতো আম্বানী পৰিয়ালৰ মহিলাসকলে নিপিন্ধে সোণৰ গহনা। এই খবৰটো একেবাৰে সঁচা আৰু এই কথা শুনি সকলো আচৰিত হৈ পৰিছে। আপুনি হয়তো ভাবিছে যে আম্বানী পৰিয়ালৰ মহিলাসকলে সোণৰ গহনা কিয় নিপিন্ধে? ইয়াৰ আঁৰত বিশেষ কাৰণ একো নাই। 

আম্বানী পৰিয়ালৰ হাতত ইমান বেছি টকা আছে যে সোণৰ নামত তেওঁলোকে বেছি খৰচ কৰিব নিবিচাৰে। সোণৰ সলনি তেওঁলোকে হীৰা আৰু প্লেটিনামৰ গহনা পিন্ধিবলৈ পছন্দ কৰে। এই কাৰণেই তেওঁলোকে সোণৰ পৰা আঁতৰি থাকে আৰু তাৰ পৰিৱৰ্তে হীৰা, প্লেটিনামৰ গহনা পিন্ধি নিজকে সজাই ৰাখে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ