--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰে বৰ্তমান প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা আঁচনি বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে। আঁচনিখন আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰা সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে এই অভিলাষী আঁচনিখন দেশৰ জটিল ক’ভিডকালীন পৰিস্থিতিত অনা হৈছিল। যদিও কৰ’না সম্পৰ্কীয় নিষেধাজ্ঞা উঠাই লোৱা হৈছে, এই প্ৰকল্পৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত বিশেষজ্ঞসকলে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে। ২০২০ চনৰ মাৰ্চ মাহত যেতিয়া দেশখনে কৰ’না পৰিস্থিতিৰ সৈতে যুঁজি আছিল, নৰেন্দ্ৰ মোদীয়ে তেতিয়া গৰিব কল্যাণ যোজনা ঘোষণা কৰিছিল। এই প্ৰকল্পটোৰ অধীনত কেইবাটাও সুবিধা আছে- দৰিদ্ৰতা ৰেখাৰ তলৰ পৰিয়ালক প্ৰতিমাহে ৫ কিলোগ্ৰাম খাদ্যশস্য আৰু ১ কিলোগ্ৰাম মাহজাতীয় শস্য দিয়া হয়। কেন্দ্ৰই দাবী কৰিছে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত ৮০ কোটি লোক এই আঁচনিৰ পৰা লাভান্বিত হৈছে। যিসকল পৰিয়াল বিপিএল কাৰ্ডধাৰক, অৰ্থাৎ দৰিদ্ৰতা ৰেখাৰ তলত বাস কৰা পৰিয়ালবোৰে এই সুবিধা লাভ কৰি আছে। দেশৰ জটিল ক’ভিডকালীন পৰিস্থিতিত অনা এই আঁচনিখনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুলোকক প্ৰায় আশ্বস্ত কৰিছিল। মোদীক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত আঁচনিখনৰ বাবে প্ৰশংসা কৰা দেখা গৈছিল। দেশত বৰ্তমান কৰ’না সংক্ৰমণ হ্ৰাস পাইছে। এনে পৰিস্থিতিত, মোদী চৰকাৰে আঁচনিখনৰ ম্যাদ আৰু ছমাহৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত যথেষ্ট। অহা ছেপ্টেম্বৰ লৈকে, সাধাৰণ ৰাইজে এই আঁচনিখনৰ লাভালাভ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ