--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ৬ দিন পূৰ্বে (আজি) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মাইক্ৰ’ব্লগিং চাইট এক্সৰ ডিছপ্লে পিকচাৰ ৰাষ্ট্ৰীয় পতাকালৈ সলনি কৰে। 

‘হৰঘৰ তিৰংগা’ অভিযানৰ তৃতীয় সংস্কৰণৰ প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে প্ৰফাইল পিকচাৰ তিৰংগালৈ সলনি কৰি পুনৰ “হৰঘৰ তিৰংগাক এক স্মৰণীয় গণ আন্দোলন” হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্স পোষ্টত লিখিছে ‘‘এইবাৰৰ স্বাধীনতা দিৱস কাষ চাপি অহাৰ লগে লগে পুনৰ হৰঘৰ তিৰংগাক এক স্মৰণীয় গণ আন্দোলন কৰি তুলো আহক। মই মোৰ প্ৰফাইল পিকচাৰ সলনি কৰিছো আৰু আপোনালোক সকলোকে আহ্বান জনাইছো যে একে কাম কৰি আমাৰ তিৰংগা উদযাপনত আমাৰ সৈতে যোগদান কৰক।’’

এই অভিযানৰ মুখ্য আকৰ্ষণ ১৩ আগষ্টত দিল্লীত অনুষ্ঠিত হ’বলগীয়া সংসদ সদস্যৰ বিশেষ ‘তিৰংগা বাইক ৰেলী’। প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপামৰ পৰা আৰম্ভ হোৱা এই ৰেলীৰ অন্ত পৰিব ইণ্ডিয়া গেট হৈ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ