--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধই চিন্তাত পেলাইছে বিশ্ববাসীক। এই যুদ্ধক লৈ মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়া দুটা গোটত বিভক্ত হৈছে। সকলোৱে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ইতিহাস বহু পুৰণি। ইজৰাইলৰ জন্মলগ্নৰে পৰাই দুয়োখন দেশৰ মাজত সংঘাত চলি আহিছে। ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষক ‘পৃথিৱীৰ আটাইতকৈ বেয়া সংঘৰ্ষ’ বুলি কোৱা হয়। জেৰুজালেম নামৰ ঠাইডোখৰৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত হৈ থাকে। 

ইহুদীসকলে তেওঁলোকৰ বাইবেল স্বীকৃত জন্মগত অধিকাৰ হিচাপে জেৰুজালেম ঠাইডোখৰ দাবী কৰে আৰু পেলেষ্টাইনীসকলে জেৰুজালেম ঠাইডোখৰক আত্মনিৰ্ণয়ৰ অধিকাৰ হিচাপে দাবী কৰে। দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সমাপ্তিৰ বাবে বাৰে বাৰে চেষ্টা কৰা স্বত্বেও কিন্তু বৰ্তমানলৈ দুয়োখন দেশৰ মাজত কোনো শান্তি-নিষ্পত্তি হোৱা দৃষ্টিগোচৰ হোৱা নাই। 

এই যুদ্ধত পেলেষ্টাইনক সমৰ্থন কৰি বিপদত পৰিল প্ৰাক্তন পৰ্ণ তাৰকা মিয়া খলিফা। এই সমৰ্থনে তেওঁৰ যথেষ্ট ক্ষতিসাধন কৰিছে। পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰি চাকৰি হেৰুৱাইলে মিয়া খলিফাই। ৰেড্ৰেই লাইট হলণ্ডৰ চিইঅ’ টড শ্বেপিৰ’ই ছ’চিয়েল মিডিয়াত মিয়া খলিফাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত