--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া নহয় বলীউডত এইবাৰ প্ৰেম বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মালাইকাৰ অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে বলীউডত। এই খবৰৰ পাছতে হতবাক হৈ পৰিছে অনুৰাগীসকল। কেৱল সেয়াই নহয়, আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে। নীৰৱে, নিজানে অকলশৰে দিন অতিবাহিত কৰিছে মালাইকাই। বিগত বৰ্ষৰ শেষৰ ফালে বিকি কৌশল-কেটৰিনা কাঈফৰ পাছত মালাইকা-অৰ্জুনৰ বিবাহৰো ছেহনাইৰ গুঞ্জন উঠিছিল। অলপতে,মালদ্বীপ ভ্ৰমণলৈ গৈছিল দুয়ো। দুয়োজন তাৰকাৰ ইনষ্টাগ্ৰাম ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিছিল।এটি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰেমৰ বিষয়েও মুকলিকৈ প্ৰকাশ কৰিছিল। সৰ্বভাৰতীয় এটি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা। অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই। মালাইকাৰ বিচ্ছেদৰ উৰাবাতৰিৰ মাজত মালাইকাই হট ফটোশ্বুটে এতিয়া সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে৷ নেটিজেনসকলক এতিয়া মালাইকাৰ সোণালী ৰঙৰ চকু ছাট মৰা পোছাকে দৃষ্টি আকৰ্ষণ কৰিছে৷ মালাইকাৰ এতিয়া প্ৰায় পঞ্চাশ বছৰ হৈছে। কিন্তু তেওঁৰ ফিটনেছ এতিয়াও সাইলাখ ২০-২৫ যুৱতীৰ নিছিনা৷ ফটো’শ্বুটত মালাইকাৰ চুটি পোছাকৰ সৈতে সেউজীয়া নিয়ন ৰঙৰ পাম্প চুট পিন্ধি আছে। তেওঁক এই পোছাকযোৰে যেন পুনৰ চিৰযৌৱন কৰি তুলিলে তুলিলে বুলি নেটিজেনসকলে ক’ৱ খোজে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ