--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই বিশ্বকাপৰ ফাইনেল খেলিবলৈ যোৱাৰ আগদিনা ভাৰতক পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছিল। মাত্ৰ টছত জয়ী হোৱাৰ প্ৰয়োজন আছিল। সেইটোৱে পেট কামিন্সৰ বাবে বাকী কামটো সহজ কৰি তুলিলে। খেলপথাৰলৈ নামি নিজৰ পৰিকল্পনা ৰূপায়ণ কৰাটো প্ৰয়োজনীয় আছিল। অষ্ট্ৰেলিয়াৰ বেটছমেন আৰু বলাৰসকলে সেই কথা দেখুৱাইছে। গতিকে তেওঁলোকে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল।

কামিন্সে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লয়। সেই সময়ত এই সিদ্ধান্তক সমালোচনা কৰা হৈছিল যদিও পিছত অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে কয় যে সেই সিদ্ধান্তৰ আঁৰত বহু কাৰণ আছে। কামিন্সে কয়, ‘মই মেচৰ আগদিনা খেলপথাৰখন দেখিছিলো আৰু বুজি পাইছিলো যে দিনটোত এই খেলপথাৰত খেলাটো অতি কঠিন হ’ব। ৰ’দত ক্ৰমান্বয়ে পিটচ ভাঙি যাব। লেহেমীয়া হ’ব। কিন্তু হয়তো সন্ধিয়াৰ পিছত খেলখন সহজ হৈ পৰিব। সেইবাবেই মই বলিং কৰাৰ সিদ্ধান্ত লৈছিলো।’’

অৰ্থাৎ খেলৰ আগদিনা অষ্ট্ৰেলিয়াই খেলপথাৰ অধ্যয়ন কৰিছিল। তাতেই ভাৰতক পৰাস্ত কৰিছিল। টছত পৰাস্ত হৈ ৰোহিতে কয় যে জয়ী হ’লে বেটিং কৰিলেহেঁতেন। অৰ্থাৎ ভাৰতৰ পৰিকল্পনা আছিল প্ৰথমে বেটিং কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক