--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে নিৰাপত্তা দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে শনিবাৰে নামৰূপৰ হাপজানত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং।

ডিজিটেল ডেস্ক: অহা ২১ ডিচেম্বৰত নামৰূপলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নামৰূপ সাৰকাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।


প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে নিৰাপত্তা দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে শনিবাৰে নামৰূপৰ হাপজানত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং।


নামৰূপৰ হাপজানত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থানৰ লগতে হেলিপেড আদিৰ স্থান পৰিদৰ্শন কৰাৰ লগতে নিৰপত্তাৰ দিশ সম্পৰ্কেও পৰ্যালোচনা কৰে। তদুপৰি সভাস্থলীৰ নিৰ্মাণকাৰ্য চলাই থকা বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াৰসকলৰ লগতে স্থানীয় বিধায়ক তৰংগ গগৈৰ সৈতেও বৈঠকত মিলিত হয় আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকী।


২১ ডিচেম্বৰৰ পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ জনসভাত প্ৰায় লক্ষাধিক জনতাৰ সমাগম হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ