--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম যেন সঁচাই অদ্ভুত, প্ৰেমৰ বাবেই এই পৃথিৱীত ঘটি আছে ক’ত যে কি। শেহতীয়াকৈ এক প্ৰেম কাহিনীয়ে সকলো লোকৰে দৃষ্টি কাঢ়িছে সকলোৰে। ৫০ বছৰ বয়সৰ এগৰাকী মহিলাই ৩০ বছৰীয়া বৈবাহিক জীৱনৰ পাছত  কুৰি বছৰীয়া এটা চফল ডেকাৰ সৈতে পলাই যায়। উল্লেখ্য যে, মহিলাগৰাকী সাতটা সন্তানৰ মাতৃও। ঘটনাটো মধ্য প্ৰদেশৰ ছত্ৰপুৰত সংঘটিত হৈছিল। মহিলাগৰাকীয়ে পলাই যাওঁতে তেওঁৰ স্বামীয়ে শস্য বিক্ৰী কৰি পোৱা সকলো ধন কাঢ়ি লৈ গৈছিল বুলি অভিযোগ কৰা হৈছে।

শেহতীয়াকৈ, মধ্য প্ৰদেশৰ ছত্ৰপুৰ জিলাৰ সতাই আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চন্দৰনপুৰৱা অঞ্চলৰ বাসিন্দা হৰিমোহন সেন নামৰ এজন ব্যক্তিয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। তেওঁ কৈছিল যে তেওঁৰ পত্নী সঞ্জু সেন তেওঁৰ নিজৰ ফাৰ্ম হাউচৰ এজন বিশ বছৰীয়া যুৱক মহেশ সেনৰ সৈতে পলাই গৈছিল। তেওঁ আৰক্ষীক এইটোও কৈছিল যে তেওঁলোকৰ সাতটা সন্তান আছে। তিনিজনী ছোৱালী ইতিমধ্যে বিয়া হৈ গৈছিল। তেওঁ আৰক্ষীক কয় যে মাতৃৰ অনুপস্থিতিত তেওঁৰ সন্তানসকলে এতিয়া চকলু টুকিব লগা হৈছে। 

হৰিমোহনে এতিয়া তেওঁৰ পত্নীক বিচাৰি উলিয়াবলৈ আৰক্ষীক আহ্বান জনাইছে। তেওঁ অভিযুক্ত মহেশকো গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। আৰক্ষী ফালৰ পৰাও আস্বাস প্ৰদান কৰা হৈছে যে এই সন্দৰ্ভত আইনী ব্যৱস্থা লোৱা হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ