--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বেংকৰ পৰা বৃহত্‍ পৰিমাণৰ ঋণ গ্ৰহণ কৰি পৰিশোধ নকৰাকৈ বিদেশলৈ পলায়ন কৰা মেহুল চ’কচীৰ বিৰুদ্ধে অনুপ্ৰৱেশৰ গোচৰ প্ৰত্যাহাৰ কৰিছে ড’মিনিকা ৰিপাব্লিকানে। স্বাভাৱিকতে ভাৰতৰ পলাতক ব্যৱসায়ী মেহুল চ’কচীৰ বাবে এয়া এক বৃহৎ সকাহ। আচলতে এই সন্দৰ্ভত পঞ্জীয়ন কৰা গোচৰটো এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। 

প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, মেহুল চ’কচীয়ে যোৱা বছৰ মে’ মাহত এন্টিগুৱাৰ পৰা নিৰুদ্দেশ হৈছিল, য’ত তেওঁ তেওঁৰ ভতিজা নীৰৱ মোদীৰ সৈতে ২০১৮ চনত পঞ্জাৱ নেচনেল বেংকক হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰি ভাৰত ত্যাগ কৰিছিল। 

এণ্টিগুৱাৰ ৰয়েল আৰক্ষীৰ তহন্তত লাভ কৰা তথ্য অনুসৰী, চ’কচীয়ে ড’মিনিকাত অনুপ্ৰৱেশ কৰা নাছিল। মেহুল চ’কচীক ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ এজেণ্টে অপহৰণ কৰা বুলিও ওলাইছিল খবৰ। 

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৬ মে’ত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল মেহুল চ’কচীক। কিন্তু শেহতীয়াকৈ ড’মিনিকা ৰিপাব্লিকানে গোচৰ প্ৰত্যাহাৰ কৰাৰ পাছত পলাতক ভাৰতীয় প্ৰৱঞ্চকজন স্বদেশলৈ ওভতাৰ প্ৰক্ৰিয়া আৰু অধিক জটিল হৈ পৰিল। ড’মিনিকাৰ দণ্ডাধীশৰ আদালতত দেশখনৰ পাব্লিক প্ৰচিকিউটৰ চেৰপা ডেলৰিপেলে মেহুল চ’কচীৰ বিৰুদ্ধে পূৰ্বে উত্থাপন কৰা অনুপ্ৰেৱশৰ গোচৰ প্ৰত্যাহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ