--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিম্বদন্তি কথক নৃত্যশিল্পী, বিশিষ্ট নৃত্য সংৰচক, সংগীতকাৰ পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যুত সংগীত সত্ৰ, গুৱাহাটীয়ে গভীৰ শোক প্ৰকাশ কৰে৷ সংগীত সত্ৰ, গুৱাহাটীৰ সভাপতি স্বপ্ননীল বৰুৱা আৰু সচিব ৰঞ্জুমণি শইকীয়াই বিবৃতিযোগে জনাইছে যে ভাৰতীয় মাৰ্গীয় নৃত্যক বিশ্বৰ নৃত্যপ্ৰেমীৰ আগত সমুজ্জ্বল ৰূপত প্ৰদৰ্শন কৰি বন্দিত হোৱা বিৰজু মহাৰাজ চিৰস্মৰণীয় হৈ থাকিব ৷ কথক নৃত্যৰ মহীৰূহ শিল্পীগৰাকী সত্ৰীয়া নৃত্যৰ প্ৰতি সততে শ্ৰদ্ধাশীল আছিল৷ অসমৰ সাংস্কৃতিক সমাজখনতো এখন বিশিষ্ট আসনৰ অধিকাৰী আছিল পণ্ডিত মহাৰাজ৷পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যু অসমৰ বাবেও অপূৰণীয় ক্ষতি বুলি বৰুৱা আৰু শইকীয়াই বিবৃতিটোত উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন