--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোৱালীয়ে একোচাকৈ চুলি বান্ধিলে বা পনিটেল বন্ধা ছোৱালী দেখিলে ল'ৰা উত্তেজিত হয় সেয়েহে ছোৱালীয়ে পনিটেল বনোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশেষকৈ বিদ্যালয়সমূহত ছাত্ৰীসকলে চুলিৰ পনিটেল বনাই যাব নোৱাৰিব। এই অদ্ভূত নিয়ম বনোৱা হৈছে জাপানত। নিষেধাজ্ঞা অনুসৰি ছোৱালীয়ে পনিটেল বনালে ডিঙিৰ পিছফাল ওলাই থাকে আৰু এই কথাই ল'ৰাবোৰক যৌনভাৱে উত্তেজিত কৰে। জাপানৰ এই নিষেধাজ্ঞাই সমগ্ৰ বিশ্ববাসীকে হতবাক কৰি তুলিছে। জাপানত ছাত্ৰীৰ ওপৰত এনে ধৰণৰ অদ্ভুত নিষেধাজ্ঞা আৰোপ কৰাটো নতুন কথা নহয়। ইয়াত বহুতো বিদ্যালয়ত ছাত্ৰীৰ মোজাৰ আকাৰৰ পৰা অন্তৰ্বাসৰ ৰংলৈকে অদ্ভুত নিয়ম প্ৰয়োগ কৰা হয়। কিছুমান বিদ্যালয়ত ছাত্ৰীক কেৱল বগা আণ্ডাৰৱেৰৰ বাহিৰে বেলেগ ৰঙৰ আণ্ডাৰৱেৰ নিপিন্ধিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে। কোনো ছোৱালীয়ে চুলিত ৰং কৰি স্কুললৈ আহিব নোৱাৰিব।সকলোৰে চুলিৰ ৰং ক'লা হ'ব লাগিব। উল্লেখ্য যে জাপানৰ বিদ্যালয়সমূহে জাপি দিয়া এনেধৰণৰ অদ্ভুত নিয়মৰ ক্ষেত্ৰত প্ৰশাসনে শিক্ষাৰ্থীসকলক সঠিক ব্যাখ্যা আজিলৈকে আগবঢ়াব পৰা নাই। আৰু পঢ়কঃ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি! এদিনতে ৮১জনক মৃত্যুদণ্ড চৌদি আৰৱৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক