--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰি অভিলেখ গঢ়িলে চৌদি আৰৱে। চৌদি আৰবে শনিবাৰে হত্যা আৰু উগ্ৰপন্থী গোটৰ সৈতে সম্পৰ্ককে ধৰি বিভিন্ন অপৰাধত দোষী সাব্যস্ত হোৱা ৮১ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰে।ইয়াৰ ভিতৰত আল কায়দা, আই এছ আৰু ইয়েমেনৰ হাউথি বিদ্ৰোহীও আছে। চৌদি আৰৱৰ আধুনিক ইতিহাসত এইটো প্ৰথম ঘটনা য'ত এদিনত সৰ্বাধিক সংখ্যক লোকক মৃত্যুদণ্ড দিয়া হৈছে। ইয়াৰ পূৰ্বে চৌদি আৰবে ১৯৮০ চনৰ জানুৱাৰী মাহত মক্কাৰ ডাঙৰ মছজিদৰ সৈতে সম্পৰ্কিত এটা জিম্মি গোচৰত দোষী সাব্যস্ত হোৱা ৬৩ জন উগ্ৰপন্থীক মৃত্যুদণ্ড দিছিল। ২০১৬চনত চৌদি আৰৱত একেলগে ৪৭জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। ২০১৯ চনত ৩৭জন চৌদি আৰৱৰ নাগৰিকৰ শিৰচ্ছেদ কৰি মৃত্যুদণ্ড দিয়া হৈছিল। চলিত বৰ্ষৰ ১২ মাৰ্চত ৮১জনক একেলগে মৃত্যুদণ্ড চৌদি আৰৱে গঢ়িলে নতুন অভিলেখ। মৃত্যুদণ্ড দিয়া ৮১জন অপৰাধীৰ ভিতৰত ৭৩জনেই হৈছে চৌদি আৰৱৰ নাগৰিক। বাকী ৭জন ইয়েমেন আৰু এজন ছিৰিয়াৰ নাগৰিক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৌদি আৰৱে কিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেই কথা এই ঘটনাৰ পৰাই বুজিব পাৰি। আৰু পঢ়কঃ এগৰাকী মহিলা অটো চালকৰ আদৰ্শ! মহিলা, বৃদ্ধক আগবঢ়ায় বিশেষ সেৱা BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক