--°C
Loading...
Listen to Article
2 min read
80%

এবিপি-চি ভোটাৰৰ সমীক্ষা উত্তৰাখণ্ডত ২৬-৩২আসন লাভ কৰিব বিজেপিয়ে কংগ্ৰেছৰ সম্ভাৱনা ৩২-৩৮খন আসন লাভৰ

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজি সমাপ্ত হ’ল। আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু এতিয়া সকলোৱে বাট চাইছে ফলাফললৈ। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে আজি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এগজিট প’ল। য’ত এইবাৰ একাধিক ৰাজ্যত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় হৈছে পঞ্জাব। পঞ্জাবত চমকপ্ৰদ উত্থানৰ জৰিয়তে কংগ্ৰেছক ওফৰাই দিয়াৰ সম্ভাৱনা আছে আম আদমী পাৰ্টীয়ে। এগজিট প’লত আজি কথা স্পষ্ট হৈ পৰিছে। ‘এক্সিছ মাই ইণ্ডিয়া’ৰ একজিট প'লে পঞ্জাবত ‘আম আদমী পাৰ্টী’য়ে (আপ) মুঠ ভোটৰ ২৮ শতাংশ লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে। তেওঁলোকে ৭৬ৰ পৰা ৯০খন আসন লাভৰ সম্ভাৱনাও ব্যক্ত কৰিছে সমীক্ষাটোত। শাসকীয় কংগ্ৰেছে ২৮ শতাংশ ভোট লাভ লাভ কৰিলেও তেওঁলোকৰ আসন ১৯ৰ পৰা ৩১খনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব।, তাৰ পাছত থাকিব ৭-১১ খন আসনৰ সৈতে অকালি দল আৰু ১-৪ খন আসনৰ সৈতে বিজেপি। আভ্যন্তৰীণ কলহত জৰ্জৰিত কংগ্ৰেছৰ এই পতন খুব আশ্বৰ্যকৰ নহ’লেও দলটোৰ বাবে এয়া বৃহৎ আঘাত বিবেচিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক