--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৰিছাছৰ প্রধানমন্ত্রীজনে গংগা আৰতিতো অংশ ল'ব আৰু কাঁশী বিশ্বনাথ মন্দিৰত পূজা-অর্চনা আগবঢ়াব।

ডিজিটেল ডেস্কঃ মৰিছাছৰ প্রধানমন্ত্রী নবীন চন্দ্র ৰামগোলামে অহা ১০ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈকে তিনিদিনীয়া ভ্রমণসূচীৰে বাৰাণসীলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি মন্দিৰ চহৰ বাৰাণসীত ১০ ছেপ্টেম্বৰৰ বিয়লি মৰিছাছৰ প্রধানমন্ত্রী ৰামগোলাম আহি উপস্থিত হ'ব।


আনহাতে, প্রধানমন্ত্রী মোদীয়ে এদিনীয়া ভ্রমণসূচী লৈ বাৰাণসীত ১১ ছেপ্টেম্বৰত উপস্থিত হ'ব আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীৰে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। মৰিছাছৰ প্রধানমন্ত্রীজনে গংগা আৰতিতো অংশ ল'ব আৰু কাঁশী বিশ্বনাথ মন্দিৰত পূজা-অর্চনা আগবঢ়াব।


ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰীজনৰ বাৰাণসী আগমনৰ সিদ্ধান্তৰ বাবে আদৰণি জনাইছে। আঠদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগা মৰিছাছৰ প্ৰধানমন্ত্ৰীজনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনা কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ