--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ব্ৰিটিছ নৌসেনাৰ দুখন যুদ্ধজাহাজে শেহতীয়াকৈ আমেৰিকা ত্যাগ কৰিছে। দুয়োখন জাহাজে আগন্তুক ৫বছৰত আৰু আমেৰিকালৈ উভতি নাযায়। দুয়োখন জাহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূললৈ ৰাওনা হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি যোগে সদৰী কৰিছে।


‘এইচএমএছ স্পেই’ জাহাজখনৰ কমাণ্ডিং অফিচাৰ লে কমোডৰ বেন ইভান্সে কয়, ‘২,০০০ টন আৰু ৩০০ ফুট দীঘল ‘এইচএমএছ স্পেই’ আৰু 'এইচএমএছ টামাৰ' একেলগে একেটা অভিযানলৈ অগ্ৰসৰ হ’ব। জাহাজ দুখন ২০২৬ চনৰ আগতে দুয়োখন দেশৰ উপকূললৈ ঘূৰি নাহে।’ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত টহল দিয়াৰ উপৰিও দুয়োখন যুদ্ধজাহাজে বেইজিং সাগৰৰ উত্তৰ সীমান্তৱৰ্তী অঞ্চলৰ লগতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া প্ৰদেশৰ দক্ষিণে তাচমানিয়াৰ সীমান্তত টহল দিব।

যুদ্ধজাহাজ দুখনে নিৰাপত্তা ব্যৱস্থাৰ লগতে, ড্ৰাগস সৰবৰাহ,তথা সন্ত্ৰাসবাদ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ বিৰূদ্ধে তীক্ষ্ণ নজৰ ৰাখিব বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধজাহাজ ৰাওনা হোৱাৰ পাছতে চীনা সীমান্তত বৃদ্ধি পাইছে উত্তেজনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ