--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকৰ ধৰ্ষণহত্যাকাণ্ডক লৈ পশ্চিমবংগত বুধবাৰেও কনিষ্ঠ চিকিৎসকৰ ধৰ্মঘট অব্যাহত আছে। তিনি সপ্তাহতকৈ অধিক সময় ধৰি চলি থকা বন্ধৰ বাবে প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্যসেৱা ভাঙি পৰিছে।


এজন কনিষ্ঠ চিকিৎসকে কয়, "আমাৰ দাবী এতিয়াও পূৰণ হোৱা নাই। আমাৰ ভনীয়ে ন্যায় নোপোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। দোষীক ন্যায়ৰ ওচৰলৈ অনা উচিত।" তেওঁ কয় যে আৰক্ষী আয়ুক্ত বিনীত গ’য়ালে এতিয়াও পদত্যাগ কৰা নাই।

আন এজন কনিষ্ঠ চিকিৎসকে জনায় যে, ‘‘আমি বিশ্বাস কৰোঁ, এই ক্ষেত্ৰত বহু লোকেই হাত সাৰিছে। সত্যটো ওলাই আহিব লাগে।এই গোচৰত এতিয়ালৈকে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষকো গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। এই গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে অপৰ্যাপ্ত পদক্ষেপ লোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ