--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ক্ৰমে উন্নত হৈ আহিছে দবা খেলৰ পৰিবেশ। ইতিমধ্যে ৰাজ্যৰ বাহিৰতো অসমৰ বহু দবা খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বিপনন  বাণিজ্য ক্ষেত্ৰত আজি  অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগিতাত মায়ংক চক্ৰৱৰ্তীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে । 

জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপ্ৰতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে ।  আনহাতে দবা প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে  প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে । 


ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশগ্ৰহণ কৰা  অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ।

বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই । সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা  উক্ত প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত  গোস্বামীয়ে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী