--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএখন ব্যতিক্ৰমী হোটেল। এই হোটেল খন বছৰৰ কেৱল পাঁচ মাহৰ বাবেহে নিৰ্মাণ কৰা হয়। পাঁচ মাহৰ পিছতে হোটেল খন ভাঙি পেলোৱা হয়।এই হোটেল খন প্ৰতিবছৰেই নিৰ্মাণ কৰা হয়। পৰৱৰ্তী বসন্তৰ পাছতেই হোটেলখন ভাঙি পেলোৱা হয়।

এই  আচৰিত এই হোটেলখন আছে চুইডেনত।সমগ্ৰ বিশ্বতে এই হোটেলখনক আইচ হোটেল বুলি জনা যায়।চুইডেনৰ আই আইচ হোটেলখন প্ৰতিবছৰে শীতৰ সময়ছোৱাত মাত্ৰ পাঁচ মাহৰ বাবে নিৰ্মাণ কৰা হয় আৰু পাছত গলি যায়।

এই হোটেলখন নিৰ্মাণ কৰিবলৈ নদীৰ পৰা প্ৰায় ২৫০০ টন বৰফ সংগ্ৰহ কৰা হয় আৰু অক্টোবৰ মাহত ইয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।

সমগ্ৰ বিশ্বৰে শিল্পীসকলে আহি ইয়াত তেওঁলোকৰ শিল্পকলা প্ৰদৰ্শন কৰে।প্ৰতিবছৰে হোটেলখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে।পৰ্যটকৰ আহ-যাহলৈ লক্ষ্য ৰাখি হোটেলখনত কোঠালীবোৰ নিৰ্মাণ কৰা হয়।

এইবছৰ প্ৰায় ৩৫ টা কোঠালী নিৰ্মাণ কৰা হৈছে। কোঠালীৰ ভিতৰভাগৰ তাপমাত্ৰা হৈছে মাইনাছ পাঁচ ডিগ্ৰী চেলছিয়াছ।

প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ পৰ্যটক ইয়ালৈ আহে। বতৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰি অহা হোটেল খনে চুইডেনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন